প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰতীয় ক্ৰিকেট দলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

प्रविष्टि तिथि: 19 JAN 2021 1:46PM by PIB Guwahati

অষ্ট্ৰেলিয়াত ভাৰতীয় ক্ৰিকেট দলটোৰ সফলতাৰ বাবে তেওঁলোকক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে।

 

"অষ্ট্ৰেলিয়াত ভাৰতীয় ক্ৰিকেট দলটোৰ সফলতাত আমি সকলো আনন্দিত হৈছো। তেওঁলোকৰ অসাধাৰণ শক্তি আৰু আৱেগ আছিল সৰ্বত্ৰ দৃশ্যমান। সেয়া আছিল তেওঁলোকৰ প্ৰধান অভিপ্ৰায়, অসাধাৰণ দৃঢ়তা আৰু সংকল্প। দলটোক অভিনন্দন! আপোনালোকৰ ভৱিষ্যৎ কাৰ্যপন্থাৰ বাবে শুভ কামনা যাছিলো", প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

***

DS/VJ/SB


(रिलीज़ आईडी: 1690266) आगंतुक पटल : 120
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam