প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
তিৰুবল্লুবৰ দিৱসত পূজনীয় তিৰুবল্লুবৰলৈ প্ৰধানমন্ত্ৰীৰ প্ৰণিপাত
प्रविष्टि तिथि:
15 JAN 2021 9:01AM by PIB Guwahati
তিৰুবল্লুবৰ দিৱসত পূজনীয় তিৰুবল্লুবৰলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধাঞ্জলি জনাইছে।
এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় "তিৰুবল্লুবৰ দিৱসত পূজনীয় তিৰুবল্লুবৰলৈ মই শ্ৰদ্ধা নিবেদন কৰিলো। তেওঁৰ ভাৱনা আৰু কৰ্মই অপৰিসীম জ্ঞান তথা একেদৰে পাণ্ডিত্যৰ আভাস দিয়ে যাৰ জৰিয়তে তেওঁ ধন্য হৈছিল। তেওঁৰ আদৰ্শৰাজিৰে সকলো প্ৰজন্মৰ লোকেই ইতিবাচকভাৱে প্ৰভাৱিত হৈ আহিছে। মই সমগ্ৰ ভাৰতৰ যুৱ-সমাজক তিৰুক্কুৰল পঢ়িবলৈ আহ্বান জনাইছো।"
*****
DS/AKJ/SB
(रिलीज़ आईडी: 1688770)
आगंतुक पटल : 239
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam