প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
৫ বছৰীয়া বৰ্ষপূৰ্তিত ‘পিএম-ফচল বীমা যোজনা’ৰ হিতাধিকাৰীসকললৈ প্ৰধানমন্ত্ৰীৰ অভিনন্দন
प्रविष्टि तिथि:
13 JAN 2021 11:37AM by PIB Guwahati
৫ বছৰীয়া বৰ্ষপূৰ্তিত ‘পিএম-ফচল বীমা যোজনা’ৰ হিতাধিকাৰীসকলক অভিনন্দন জনালে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এই সন্দৰ্ভত প্ৰকাশ কৰা এলানি ‘টুইট’ত প্ৰধানমন্ত্ৰীয়ে কয়, “প্ৰকৃতিৰ প্ৰতিকূলতাৰ পৰা কঠোৰ শ্ৰম কৰা কৃষকসকলক সুৰাক্ষা প্ৰদানৰ লক্ষ্যৰে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ পদক্ষেপ ‘প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা’ই আজি ৫ বছৰ সম্পূৰ্ণ কৰিলে। এই যোজনাৰ পৰিসৰ বৃদ্ধি হৈছে, বিপদৰ আশংকা প্ৰব্ৰজিত হৈছে আৰু দেশৰ কোটি কোটি কৃষক উপকৃত হৈছে। মই এই আঁচনিৰ সকলো হিতাধিকাৰীলৈ অভিনন্দন জ্ঞাপন কৰিছো।
কৃষকসকলক ‘পিএম ফচল বীমা যোজনা’ইনো কেনেদৰে উপকৃত কৰে?
দাবী মঞ্জুৰীনো প্ৰদান কৰা হয় কেনেকৈ?
এই সকলোবোৰৰ বিভিন্ন দিশ সন্দৰ্ভত উথ্থাপিত প্ৰশ্নৰ উত্তৰ ‘নমো এপ্’-ৰ ‘ইয়ৰ ভয়চ শাখা’ত আগবঢ়োৱা হৈছে”।
***
DS/SH//KB
(रिलीज़ आईडी: 1688461)
आगंतुक पटल : 201
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam