প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে দ্বিতীয় ৰাষ্ট্ৰীয় যুৱ সংসদ সমাৰোহৰ বিজেতা তথা ফাইনেল পেনেলিষ্টৰ প্ৰশংসা কৰে

সকলো ভাষণ টুইট কৰি যুৱ প্ৰাপকসকলক সন্মানিত কৰে

प्रविष्टि तिथि: 12 JAN 2021 10:00PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিতীয় ৰাষ্ট্ৰীয় যুৱ সংসদ সমাৰোহৰ বিজেতা তথা ফাইনেল পেনেলিষ্টসকলক প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত কাৰ্যক্ৰমক সম্বোধন কৰি কয়, 'আপোনালোকৰ কথা-বতৰা আৰু আলাপ-আলোচনা আজি যথেষ্ট মহত্বপূৰ্ণ। আপোনালোকৰ ভাষণ মই শুনি আছিলো, মোৰ মনলৈ এটা ধাৰণা আহিল আৰু এই সিদ্ধান্ত লওঁ যে নিজৰ টুইটাৰ হেণ্ডেলত কেৱল আপোনালোক তিনিজন বিজেতাৰে নহয়, বৰং ৰেকৰ্ড কৰা সামগ্ৰী উপলব্ধ হ'লে, মই ফাইনেল পেনেলত কালি থকা সকলো লোকৰ ভাষণ টুইট কৰিম।'

প্ৰধানমন্ত্ৰীৰ টুইটসমূহ তলত দিয়া ধৰণৰ।

********

DS


(रिलीज़ आईडी: 1688387) आगंतुक पटल : 138
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam