প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জয়ন্তী উপলক্ষে শ্ৰী মন্নাথু পদ্মনাভনলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
प्रविष्टि तिथि:
02 JAN 2021 8:05PM by PIB Guwahati
জয়ন্তী উপলক্ষে শ্ৰী মন্নাথু পদ্মনাভনলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধাৰ্ঘ্য নিৱেদন কৰে।
এই সন্দৰ্ভত প্ৰকাশ কৰা এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “সমাজ সেৱা, সামজিক ন্যায় আৰু সাংস্কৃতিক পুনৰুথ্থানৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে শ্ৰী মন্নাথু পদ্মনাভনক প্ৰজন্মৰ পিচত প্ৰজন্মই সুঁৱৰি থাকিব। তেওঁৰ সমগ্ৰ জীৱনেটোৱেই সমাজৰ উত্তৰণৰ নামত সম্পূৰ্ণ ভাবে উত্সৰ্গিত আছিল। এইগৰাকী মহানুভৱৰ জয়ন্তীত মই তেওঁলৈ মোৰ শ্ৰদ্ধা নিৱেদন কৰিলো”।
*********
DS/AK/KB
(रिलीज़ आईडी: 1685900)
आगंतुक पटल : 181
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam