স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

কভিড-১৯ ভেকচিন আৰম্ভ কৰাৰ বাবে সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ

প্ৰশিক্ষকসকলৰ ২,৩৬০টা প্ৰশিক্ষণ অধিৱেশন অনুষ্ঠিত কৰা হৈছে; ৭,০০০ৰো অধিক জিলা প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ দিয়া হৈছে

অহা সপ্তাহত ৪ খন ৰাজ্যত পৰীক্ষামূলকভাৱে ভেকচিন প্ৰয়োগৰ বাবে প্ৰস্তুতি আৰম্ভ কৰা হ’ব

Posted On: 25 DEC 2020 11:41AM by PIB Guwahati

সমগ্ৰ দেশত কভিড-১৯ ভেকচিন আৰম্ভ কৰাৰ বাবে সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ যিহেতু প্ৰতিষেধক প্ৰশাসকসকলে টিকাকৰণ প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব সেয়ে প্ৰশিক্ষক আৰু প্ৰতিষেধক প্ৰদান কৰাসকলক বিভিন্ন ৰাজ্যত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে

 

কভিড-১৯ ভেকচিন প্ৰদান প্ৰক্ৰিয়াত আমাৰ মানৱ সম্পদৰ ক্ষমতা শক্তিশালী কৰিবলৈ, বিভিন্ন স্তৰত ৰূপায়ণ প্ৰক্ৰিয়াত জড়িত চিকিত্সা বিষয়া, প্ৰতিষেধক, বৈকল্পিক টিকাকৰণকাৰী, কল্ড চেইন হেণ্ডলাৰ, চুপাৰভাইজাৰ, ডাটা মেনেজাৰ, আশা সমন্বয়ক আৰু অন্যান্যকে ধৰি বিভিন্ন শ্ৰেণীৰ ভেকছিন হেণ্ডলাৰ আৰু প্ৰশাসকৰ বাবে বিতং প্ৰশিক্ষণ মডিউল বিকশিত কৰা হৈছে প্ৰশিক্ষণৰ সকলো কাৰ্য্যকৰী দিশ যেনে টিকাকৰণ অধিবেশনৰ সংগঠন, সমগ্ৰ টিকাকৰণ প্ৰক্ৰিয়াৰ ব্যৱস্থাপনাৰ বাবে কো-উইন আইটি প্লেটফৰ্মৰ ব্যৱহাৰ, কল্ড চেইন প্ৰস্তুতিৰ বাবে এইচ আৰ নিয়োগ, প্ৰতিকূল ঘটনাৰ ব্যৱস্থাপনা, যোগাযোগ আৰু আন্তঃখণ্ড সমন্বয়, বায়'চিকিৎসীয় আৱৰ্জনা ব্যৱস্থাপনা, সংক্ৰমণ প্ৰতিৰোধ প্ৰট’কল ইত্যাদি

 

প্ৰশিক্ষকৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰশিক্ষণৰ সময়ত ,৩৬০ জন অংশগ্ৰহণকাৰীক প্ৰশিক্ষণ দিয়া হৈছিল ' ৰাজ্য টিকাকৰণ বিষয়া, শীতল শৃংখল বিষয়া, আইইচি বিষয়া, বিকাশ সহযোগী আদি আছিল আজিৰ তাৰিখত, াক্ষাদ্বীপ বাহিৰে’ত অতি শীঘ্ৰে আৰম্ভ হব(২৯ ডিচেম্বৰ)৭০০০ৰো অধিক জিলা পৰ্য্যায়ৰ প্ৰশিক্ষাৰ্থীৰ অংশগ্ৰহণেৰে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল ৰাজ্য পৰ্য্যায়ৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰা হৈছ মেডিকল অফিচাৰসকলৰ ভিতৰত ৪৯,৬০৪ গৰাকীক প্রশিক্ষিত কৰাছে। ইয়াৰউপৰি টিকাক কামত জড়িতসকলৰ প্রশিক্ষণ বাবে ১৭,৮৩১ট ব্লক ভিতৰত ১৩৯৯ চনত টিকাকৰণ দলৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰা হৈছে

 

কভিড-১৯কাকৰণৰ সময় কোন অভিযোগ থাকিলে তা নিষ্পত্তি কৰিবলৈ আৰু কো-উইন পর্টল সংক্রান্তীয় কথা জানিবৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত হেল্পলাইন ১০৭৫ নাইবা ৰাজ্যিক পৰ্য়ায়ত হেল্পলাইন ১০৪ৰু শক্তিশালী কৰাছে।

 

কভিড-১৯ ভেকছিন প্ৰয়োগৰ বাবে প্ৰস্তুতিৰ পদক্ষেপ হিচাপে আৰু পৰিকল্পনা কৰা কাৰ্যকলাপৰ প্ৰস্তুতি মূল্যায়ন কৰিবলৈ ভৌগলিক অৱস্থান বিবেচনা কৰি চাৰিখন ৰাজ্য অন্ধ্রপ্রদেশ, অস, গুজৰাআৰুঞ্জাৱত এই প্রক্রিয়া প্রস্তুতি হাতে-কমে প্ৰয়োগৰা হব। প্রতিখন ৰাজ্যখনিলািলা হাস্পতাল, চিএইচচি/পিএইচচি, চহৰাঞ্চল, বেচৰকাৰী স্বাস্থ্যকেন্দ্র আৰু গ্রামীণ এলকা বাবে পৃথক পৃথক স্থান বাছনি কৰা’ব। কো-উইন- ব্যহা সঠিক মতে কৰা, পৰিকল্পনা অনুসৰি যথাযথ বাস্তৱায়ন সহ বিভিন্ন বিষয় পৰীক্ষা কৰি চোৱা’ব। সমগ্ৰ প্রক্রিয়াট ২৮ আৰু ২৯ ডিচেম্বৰতৰাৰৰিকল্পনা কৰাছে। এই কামত শীতলগৃহ আৰু কভিড টকাৰিবহণ ব্যস্থাপনাও পৰীক্ষা কৰি চোৱা’ব।

 

কাক সময়কোনোধৰণৰ বিৰূপ পৰিস্থিতি সৃষ্টি হলে সেয়া মোকাবিলা কৰাৰ প্রস্তুতিও পৰীক্ষা কৰাব। ইয়াৰ উপৰি সংক্রমণ প্রতিৰো অন্যান্য ব্যস্থাসমূহ পর্যালোচনা কৰি চোৱাব। ব্লক আৰুিলা পৰ্যায়ত এই পর্যালোচনা বিষয়ে বিস্তাৰিতভাৱে ৰাজ্য আৰু কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ক সকলো তথ্য অৱগত কৰিব লাগিব। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়েক ইতিমধ্য সংশ্লিষ্ট ৪খন ৰাজ্যৈতে এই বিষয় লৈ  কাৰিছে।

 

্য এক্সপার্ট গ্রুপ অন ভচিডমিন্সট্রেশ্যন অ কভিড-১৯ (এনইজিভিএচি)-এ প্রথমতে তিনি মানুহৰ বাবেকাকৰামর্শ দিছে। ১ কোটি স্বাস্থ্যকর্মী আৰু ২ কোটি প্ৰথম শাৰীত কা কর্মী লগতে ২৭ কোটি জ্যেষ্ঠ নাগৰিকক এই তালিকাত অন্তৰ্ভুক্ত কৰাছে। টকা ষধ যিহেতু তাপমাত্রা সংবেদনশীল সেয়ে ৮৫,৬৩৪ট যন্ত্রপাতি মাধ্যমেৰে দেশজুৰি ২৮,৯৪৭ট কল্ড চেপইন্ট প্রয়োজনীয় ব্যস্থা গ্ৰহণ কৰাছে। বর্তমান ইয়াত স্বাস্থ্যকর্মী আৰু প্ৰথম শাৰীত থকা কর্মীসকলৰ বাবেকা ষধ সঞ্চিত কৰাৰ ব্যস্থা গ্ৰহণ কৰাছে।

 

 *********

MV/SJ/KG



(Release ID: 1683766) Visitor Counter : 301