প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আইআইএছএফ ২০২০ত প্রধানমন্ত্রীৰ উদ্বোধনী ভাষণ

ভাৰতৰ তথ্য, জনগাঁথনি, চাহিদা, গণতন্ত্র আছে, যাৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় মানৰ বৈজ্ঞানিক সমাধান অর্জন কৰা সম্ভৱঃ প্রধানমন্ত্রী
দেশৰ উন্নয়নৰ বাবে উন্নয়নশীল বিজ্ঞানৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ

বিশ্ব সমূদায়ক ভাৰতৰ মেধা ক্ষেত্রত তথা উদ্ভাৱনী কামত বিনিয়োগৰ বাবে আহ্বান

পোষ্ট কৰা হৈছে: 22 DEC 2020 5:51PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান উৱ, ২০২০ত উদ্বোধনী ভাষণ আগবঢ়ায়। অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী ড০ হর্ষ বর্ধনো উপস্থিত থাকে।

এই উপলক্ষে প্রধানমন্ত্রীয়ে কয় য়ে বিজ্ঞান, প্রযুক্তি আৰু উদ্ভাৱনত ভাৰতৰ এক সমৃদ্ধশালী ঐতিহ্য আছেআমাৰ বিজ্ঞানীসকলে বহু যুগান্তকাৰী গৱেষণা কৰিছে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সমস্যাৰ সমাধানত আমাৰ প্রযুক্তি উদ্যোগ সন্মুখৰ শাৰীতে আছেপ্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে আৰু বহু কাম কৰিব বিচাৰে। আমি অতীতৰ গৌৰৱৰ কথা যিমান মনত ৰাখিছো, ঠিক তেনেদৰে এক উজ্জ্বল ভৱিষ্যতৰো কামনা কৰো।

প্রধানমন্ত্রীয়ে কয় যে বিজ্ঞান শিক্ষাৰ বাবে ভাৰতক নির্ভৰযোগ্য কেন্দ্রত পৰিণত কৰিবলৈ আমি উদ্যোগ গ্ৰহণ কৰিছো। একেদৰে আমি বিচাৰো আমাৰ বৈজ্ঞানিকসকলে বিভিন্ন বিষয় সকলোৰে সৈতে ভাগ কৰি লয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্রত শ্রেষ্ঠ মেধা সম্পন্ন হিচাপে আত্মপ্রকাশ কৰক। ভাৰতীয় বিজ্ঞানীসকল বিশ্বত চিনাকী কৰাৰ বাবে আৰু বিভিন্ন সা-সুবিধা পোৱাত সহায় কৰাৰ বাবে এনে এক প্ৰচেষ্টা হল হেকাথন। হেকাথন আয়োজনৰ জৰিয়তে ভাৰতীয় বিজ্ঞানীসকলক এই সুযোগ দিয়া হৈছে।

প্রধানমন্ত্রীয়ে কয় যে শৈশৱৰ পৰা বিজ্ঞানমনস্কতা গঢ়ি তুলিবলৈ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে সহায় কৰিবতেওঁ কয় যে এতিয়া মূলধনৰ পৰা ফলাফল, পাঠ্যপুথিৰ পৰা গৱেষণা আৰু প্রয়োগৰ ওপৰত গুৰুত্ব দিয়া হৈছেশ্রেষ্ঠ শিক্ষক সৃষ্টি কৰাত এই নীতিয়ে সহায় কৰিবইয়াৰ ফলত সম্ভাৱনাময় বিজ্ঞানী ভাৰতত সৃষ্টি হব। অটল ইনভেচন মিচন আৰু অটল টিংকাৰিং পৰীক্ষাগাৰে এই কামত সহায় কৰিব বুলিও প্ৰধানমন্ত্ৰীয়ে সদৰি কৰে।

উন্নত গৱেষণাৰ বাবে চৰকাৰে দেশৰ শ্রেষ্ঠ মেধাৱী শিক্ষাৰ্থীসকলক গৱেষণাত জড়িত হোৱাত উসাহিত কৰিছে আৰু সেয়েহে প্রধানমন্ত্রী ৰিছাৰ্চ ফেল আঁচনিৰ শুভাৰম্ভ কৰা হৈছেপ্রধানমন্ত্রীয়ে কয় যে এই প্রকল্পই দেশৰ শ্রেষ্ঠ প্রতিষ্ঠানসমূহৰ বিজ্ঞানীসকলক সহায় কৰিছে

প্ৰধানমন্ত্ৰীয়ে বিজ্ঞান আৰু প্রযুক্তিৰ সুফল যাতে সকলোৰে ওচৰ গৈ পায় সেই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰেতেওঁ কয় যে দুষ্পাপ্যতা আৰু প্রভাৱৰ মাজত পার্থক্য বিচাৰ কৰাত বিজ্ঞান আৰু প্রযুক্তিয়ে সহায় কৰিব, চৰকাৰৰ সৈতে দৰিদ্রতম ব্যক্তিসকলৰ যোগাযোগ ঘটিব। ডিজিটেল ক্ষেত্রত হোৱা অগ্রগতিৰ ফলত ভাৰত আন্তঃৰাষ্ট্ৰীয় উচ্চমানৰ প্রযুক্তিগত শক্তিৰ বিৱর্তন আৰু বিপ্লৱৰ কেন্দ্র হৈ উঠিছে।

এয়া অর্জন কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় মানৰ শিক্ষা, স্বাস্থ্য, যোগাযোগ আৰু গ্রামাঞ্চলৰ বিভিন্ন সমস্যাৰ সমাধানৰ প্রয়োজন। তেওঁ কয় য়ে বর্তমান ভাৰতৰ তথ্য, জনগাঁথনি আৰু চাহিদা আছেতদুপৰি ভাৰতৰ গণতন্ত্রই এই বিষয় সমূহৰ মাজত সমতা আৰু সুৰক্ষা বজাই ৰাখিব। সেয়েহে, সমগ্ৰ বিশ্ব ভাৰতৰ প্রতি বিশ্বাসী।

প্রধানমন্ত্রীয়ে কয় যে আমাৰ দেশত জল সংকট, প্ৰদূষণ, মাটিৰ গুণমান, খাদ্য নিৰাপত্তাৰ দৰে বিভিন্ন প্ৰত্যাহ্বান আছে, এইবোৰৰ সমাধান আধুনিক বিজ্ঞানৰ জৰিয়তেহে হব পাৰে মি সমুদ্রৰ পৰা জল, শক্তি আৰু খাদ্য সম্পদ আহৰণ কৰা ক্ষেত্ৰত বিজ্ঞানে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে ডিপ ’ছেন মিনৰ জৰিয়তে এই সাফল্য লাভ কৰিছে। বিজ্ঞানৰ ক্ষেত্র নতুন নতুন উদ্ভাৱনসমূহে ব্যসা-বাণিজ্যতো সফলতা আনিছে।

প্রধানমন্ত্রীয়ে কয় যে মহাকাশ খণ্ডটো সংস্কাৰ আৰম্ভ হৈছে, যাতে আমাৰ যু সম্প্রদায় আৰু বেৰকাৰী সংস্থাসমূহ কেৱল আকাশকে স্পর্শ ৰে, তেওঁলোকে মহাকাশৰ গভীৰতাতো উপনীত হ’ব৷ তেওঁ কয় যে বিজ্ঞান আৰু প্রযুক্তিৰ সৈতে জড়িত ক্ষেত্র নতুন উপাদনভিত্তিক প্রকল্প আৰম্ভ হৈছেএই পদক্ষেপসমূহে বৈজ্ঞানিকসকলৰ মনোবল বৃদ্ধি কৰিব কেদৰে, বিজ্ঞান আৰু উদ্যোগমাজত অংশীদাৰিত্বৰ নতুন এক সংস্কৃতি গ লৈ ঠি যাৰ জৰিয়তে আৰু অধিক সম্পদ সৃষ্টি হতেওঁ আশা কৰে যে এই উসৱে বিজ্ঞান আৰু উদ্যোগমাজত সমন্বয় আৰু সহযোগিতাৰ নতুন এক মাত্রা যোগ কৰিব আৰু ইয়াৰ ফল নতুন নতুন সম্ভানা সৃষ্টি

প্রধানমন্ত্রী জোৰে কয় যে এই মুহুর্ত বিজ্ঞান কভিড মহামাৰীৰ টিকা উদ্ভাৱনত ব্যাস্ত। কিন্তু বিজ্ঞানৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানল উচ্চ মেধা সম্পন্ন যুৱক-যুৱতীক আকৃষ্ট কৰি তেওঁলোকক এই ক্ষেত্র নিয়োজিত কৰা তেওঁ দুখ প্রকাশ কৰি কয় যে যু সম্প্রদায় প্রযুক্তি আৰু ইঞ্জিনিয়াঙৰ ক্ষেত্ৰত অধিক আগ্রহী। অথচ দেশৰ বিকাশ বিজ্ঞানৰ উন্নয়নৰ প্রয়োজন আছে জি যিটোক বিজ্ঞান বুলি কোৱা হৈছে সেইটোৱে ভৱিষ্যতৰ প্রযুক্তি আৰু তাৰ পৰাই ইঞ্জিনিয়াৰিঙৰ বিভিন্ন সমাধান সুত্ৰ ওলাই আহে৷ ৰকাৰে বিজ্ঞান চর্চা মেধাৱী শিক্ষাৰ্থীসকলক আকৃষ্ট কৰাৰ বাবে বিভিন্ন পৰ্যায়ত বিভিন্ন বৃত্তি ঘোষণা কৰিছে। কিন্তু এ কা বৈজ্ঞানিকসকলমাজতো প্রচাৰৰ প্রয়োজন আছে। তেওঁ কয় যে চন্দ্রযান অভিযানক লৈ যিসাহ-উদ্দীপনা দেখা গৈছিল, তাত আমাৰ যু সম্প্রদায়ৰ আগ্রহকে প্রতিফলিত হৈছে

ভাৰতীয় মেধাৱী শিক্ষাৰ্থীসকলৰ বাবে আৰু এদেশ উদ্ভাৱনৰ কামত বিনিয়োগ কৰিবলৈ প্রধানমন্ত্রীয়ে বিশ্বমূদায়ৰ প্রতি আহ্বান জনা তেওঁ কয় যে ভাৰতন্নত চিন্তাধাৰা মুক্ত চিন্তা আৰু স্বচ্ছতা আছে গৱেষণা ক্ষেত্রৰ মান ন্নয়ন আৰু যিকোনো প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ ভাৰত ৰকাৰ প্রস্তুত। বিজ্ঞানে মানুমাজত শ্রেষ্ঠ দিশটোক বাহিৰ কৰি আনে আৰু পার্থক্য সৃষ্টিত সহায় কৰে দেশক আগুৱাই নিয়াৰ ক্ষেত্র আৰু কৰোনাৰ বিৰুদ্ধে যুঁজত ভাৰতৰ ভাল পৰিৱেশৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে আমাৰ বিজ্ঞানীসকলক প্রশংসা কৰে

*****

DS/AK/DB


(ৰিলিজ আই ডি : 1683245) অতিথি কক্ষ : 247