প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰত-জাপান সংবাদ সন্মিলনত প্রধানমন্ত্রীৰ বার্তা

Posted On: 21 DEC 2020 10:01AM by PIB Guwahati

প্রিয় বন্ধুসকল,

ষষ্ঠ ভাৰত-জাপান সংবাদ সন্মিলন ভাষণ দিবলৈ পাই মই সন্মানীত বোধ কৰিছো

৫ বছৰ পূৰ্বে আমি পাৰস্পৰিক আলোচনাৰ বাবে এই সন্মিলনৰ শুভাৰম্ভ কৰিছিলো। সেইসময় প্রধানমন্ত্রী ছিল শ্বিনজো আবে। তাৰপাছত নতুন দিল্লীৰ পৰা টকিঅ’, য়াংগনৰ পৰা উলানবাটলৈকে এই সন্মিলন পর্যায়ক্রমে আয়োজন কৰা হৈছে। সন্মিলনৰ এই দীঘলীয়া যাত্রাপথ যিবোৰ বিষয় মোমনলৈ আহিছে সেইবোৰৰ ভিতৰত মৌলিক উদ্দেশ্যপূৰণ পাৰস্পৰিক আলোচনা চলাই যোৱাৰসাহ; গণতন্ত্রৰ অভিন্ন মূল্যবোধসমূহ তুলি ধৰা, মানতা, অহিংসা, স্বাধীনতা আৰু সহনশীল নীতিসমূহ আগুৱাই নিয়া আৰু আমাৰ সুপ্রাচীন আধ্যাত্মিক ঐতিহ্য আৰু জ্ঞানৰ আদান-প্রদান আদি উল্লেখযোগ্য। সংবাদ সন্মিলন আয়োজন কৰাৰ ক্ষেত্ৰত ধাৰাবাহিকভাৱে সহায় কৰি অহাৰ বাবে মই জাপান ৰকাৰক ধন্যবাদ জনাব বিচাৰিছো৷

বন্ধুসকল,

এই মঞ্চ ভগৱান বুদ্ধৰ আদর্শ আৰু বাণী প্রচাৰ বিশেষকৈ যু সম্প্রদায়ৰ মাজত প্ৰসাৰিত কৰাত অসাধাৰণ কা কৰিছে। ঐতিহাসিক দিশৰ পৰা ভগৱান বুদ্ধৰ জ্ঞানৰ পোহৰ ভাৰতৰ পৰা বিশ্বৰ বিভিন্ন ঠাইলৈ প্ৰসাৰিত হৈছে৷ জ্ঞানৰ এই পোহৰ কেতিয়াওটা স্থানতে থমকি ৰোৱা নাই৷ জ্ঞানৰ এই পোহৰ যেতিয়াই নতুন ঠাইত পাইছে তেতিয়াই বৌদ্ধ ধর্মৰ চিন্তাভানা নতুন নতুন দি উন্মোচিত হৈছে। শতিকাপাছত শতিকা ধৰি এই প্রণতা অব্যাহত ছে। জ্ঞানৰ পোহৰৰ লগে লগে প্ৰসাৰিত হোৱাৰ ফলতে বৌদ্ধ সাহিত্য আৰু আদর্শৰ অমূল্য সম্পদসমূহজিও বিভিন্ন বৌদ্ধ মঠ দেখিবলৈ পোৱা যায়। বিভিন্ন দেশ আৰু বিভিন্ন ভাষাত এই সম্পদ সিঁচৰিত হৈ আছে।

সামগ্রিকভাবে বুদ্ধৰ সাহিত্য আৰু আদর্শ মান জাতিৰ বাবে এক সম্পদ। আজি মই বুদ্ধৰ এই সকলো ঐতিহ্যপূৰ্ণ সাহিত্য আৰু পাণ্ডুলিপিৰ বাবে এটা গ্রন্থাগাৰ গ দিয়াৰ আহ্বান জনাইছো। ভাৰত ধৰণৰ গ্রন্থাগাৰ বা সংৰক্ষণ কেন্দ্র গঢ়ি তোলাতো সম্ভলে আমি অতিশয় আনন্দিত হম৷ প্রস্তাৱিত এই গ্রন্থাগাৰৰ বাবে আমি সকলো ধৰণৰ সহায়-সম্পদৰ ব্যৱস্থা কৰিম৷ বিভিন্ন দেশৰ বৌদ্ধ সাহিত্যৰ ডিজিটেল কপি সংগ্রহ কৰি এই গ্রন্থাগাৰ ৰখা হব। সংগৃহীত বৌদ্ধ সাহিত্যসমূহ অনুবাদ কৰি সেই সকলোবোৰ বৌদ্ধ ভিক্ষু আৰু বৌদ্ধ পণ্ডি বিনামূলীয়াকৈ যোগান ধৰাৰ চেষ্টা কৰা হব। প্রকৃতাৰ্থত এই গ্রন্থাগাৰ কেল সাহিত্য সম্পদৰ এক নিৰাপদ সংগ্ৰহালয়েই নহয়, বৰঞ্চ এই গ্রন্থাগাৰ গৱেষণা আৰু ধ্যান-ধাৰণা বিনিময়ৰ এক মঞ্চ হৈঠিব, যি মানুমাজত, সমাজৰ মাজত আৰু মানু আৰু প্রকৃতিৰ মাজত সংবাদবা পাৰস্পৰিক মত বিনিময়ৰ কেন্দ্র হৈ উঠিব। গ্রন্থাগাৰ বৌদ্ধ সাহিত্য আৰু আদর্শক লৈ যি গৱেষণাধর্মী কা পৰিচালিত হব তাৰ ভিতৰত ভগৱান বুদ্ধৰ বার্তা সমসাময়িক প্ৰত্যাহ্বানসমূহৰ ক্ষেত্র আমাৰ এই আধুনিক বিশ্বক কিদৰে পোহৰবাট দেখুৱাব পাৰে তাকলৈও পৰীক্ষা-নিৰীক্ষা হ’ব৷ সমসাময়িক বিশ্ব দাৰিদ্র, জাতিভেদ, বৈৰীতা, লিংগ বৈষম্য, জলবায়ু পৰির্তনকে ধৰি বহু সমস্যা আছে।

বন্ধুসকল,

প্রায় ৩ সপ্তাহ পূৰ্বে মই সাৰনাথলৈ গৈছিলো৷ সাৰনাথ হল ভগৱান বুদ্ধৰ জ্ঞানৰ পোহৰ প্রাপ্তিৰ পাছত প্রথম আধ্যাত্মিক ধৰ্মীয় উপদেশস্থলী। পবিত্র সাৰনাথৰ জ্যোতিপুঞ্জৰ পৰা ভগৱান বুদ্ধৰ আদর্শ আৰু উপদেশ সমগ্ৰ বিশ্ব প্ৰসাৰিত হৈ পৰিছে৷ ভগৱান বুদ্ধৰ কৰুণা, দয়া আৰু সর্বোপৰি মান কল্যাণৰ বার্তা সমগ্র বিশ্ব গ্ৰহণ কৰিছে৷ ইয়া ৰাই বিশ্ব ইতিহাসৰ ধাৰা লাহে লাহে পৰিৱর্তনৰ সূচনা হয়। এই সাৰনাথৰ পৰা ভগৱান বুদ্ধ ধর্ম সম্পর্কে তেওঁৰ আদর্শ আৰু চিন্তা-ভানাৰ কথা বিস্তৃতভাৱে বিশ্ববাসীক শুনাইছিল প্রকৃতাৰ্থত তেওঁৰ বাবে ধর্ম ছিল প্রার্থনা আৰু আচাৰ-আচৰণৰ বহু ঊর্ধ্ব। ধর্মৰ কেন্দ্রবিন্দুত আছে মানুহ আৰু এই মানুস’তেই মানুহৰ সম্পর্ক আছে। সেয়েহে মনুষ্য জীইটো সর্বাধিক ইতিবাচক দি। সংবাদ সন্মিলনেও মানুহৰ কল্যাণ বুদ্ধৰ এই বার্তাক সমগ্র বিশ্ব একতা আৰু কৰুণাৰ মানসিকতাৰে বিয়পাই দি লাগিব। বৰ্তমান আমাৰ বাবে সে সময় সমাগত৷

বন্ধুসকল,

নতুন দশকৰ এয়াই প্রথম সংবাদ সন্মিলন। মানৱ সভ্যতাৰ এক কঠিন সময় এই সন্মিলন অনুষ্ঠিত হৈছে। অনাগত দিনসমূহত আমাৰ কর্মপৰিকল্পনা কি হব তাৰ সঠিক ৰূ দিয়াৰ ক্ষেত্রয়াই আদর্শ সময়। এই দশক আৰু তাৰ পৰর্তী সময় সেই শ্ৰেণীয়ে অধিকাৰ প্রতিষ্ঠা কৰিব যাৰ শিক্ষা আৰু উদ্ভাৰ ক্ষেত্ৰত অগ্রণী ভূমিকা থাকিব৷ অহা দশকসমূহ তৰুণ প্রতিভাবান আৰু মেধাৱী শিক্ষাৰ্থীসকলৰ সঠিক লালন-পালনৰ সময় হৈ উঠিব, যি অনাগত দিন মানৱজাতিৰ মূল্যবোধক আৰু অধিক প্রসাৰিত কৰিব৷ শিক্ষা এনে, যি উদ্ভানৰ আৰু অধিক প্রসাৰিত কৰিব৷ প্রকৃতাৰ্থত উদ্ভাৱনেই হল মানৱজাতি সবলীকৰণৰ মূল কেন্দ্রবিন্দু

যিখন সমাজ অতি উদাৰমনা, গণতান্ত্রিক আৰু স্বচ্ছ, তেওঁলোকেই উদ্ভাৱনৰ উপযুক্ত পৰিৱেশঢ়ি তুলিব পাৰিব৷ সেয়েহেতিয়া আমি বর্তমান বিকাশ হিচাপে যি দেখিছো সেই সম্পর্কে আত্মবিশ্লেষণ কৰাৰ সময় আহিছে কেবল কেইজনমানক লৈ সমগ্র বিশ্ব বিকাশ অসম্ভৱ৷ আলোচনাৰ এই মঞ্চ আৰু অধিৰ ডাঙৰ আৰু উদাৰমনা হ’ব পাৰে৷ বিকাশৰ লক্ষ্য হিচাপে আলোচ্য বিষয় সমূহ অধিক প্রসাৰিত হ’ব৷ বিকাশৰ যাত্রাপথ মানৱকেন্দ্রিক প্রয়াসসমূহকো অনুসৰণ কৰিব লাগিব, যাতে আমাৰ চৌপাশে সম্প্রীতি বজা ৰাখিব পৰা যায়।

বন্ধুসকল,

এইটো সঠিকভাৱেই কোৱা হৈছে

यमक वग्गो धम्मपद:

हि वेरेन वेरानि, सम्मन्तीध कुदाचं।

अवेरेन च सम्मन्ति, एस धम्मो सनन्तनो॥

ঈর্ষাৰ জৰিয়তে কেতিয়াও শান্তি অর্জন হয় অতীত মানৱ সভ্যতা সহযোগিতাৰ পৰিৱর্তে যুদ্ধৰ পথ অনুসৰণ কৰিছিল৷ সাম্রাজ্যবাদৰ সময়ৰ পৰা বিশ্বযুদ্ধলৈকে-এই একেই পথ অনুসৰণ কৰা হৈছে। যুদ্ধক্ষত্রৰ পৰা মহাকাশলৈকে এই প্রণতা এতিয়াও চলি আছে। আমি সহযোগিতাৰে বহু আলোচনা কৰিছো, কিন্তু সেকলোবোৰে শত্রুপক্ষ বা বিপক্ষ অৱজ্ঞা কৰে৷তিয়া একেলগে গৰজি ঠাৰ সময় আহিছে। ভগৱান বুদ্ধৰ আদর্শ আৰু শিক্ষা আমা শত্ৰুতা পাহৰি সবলীকৰণৰ লক্ষ্যৰে চালিত কৰিব পাৰে। তেওঁৰ শিক্ষা আমাৰু অধিক উদাৰমনাৰি তুলিব পাৰে। ভগৱান বুদ্ধৰ শিক্ষা অতীতৰ পৰা অভিজ্ঞতা লৈ উজ্জ্বল ভৱিষ্যতৰ লক্ষ্যৰে সেয়া কাগোৱাটো আমা শিকাইছে আমাৰ ভৱিষ্যৎ প্রজন্মৰ বাবে আমি এয়া উত্তম সেৱা আগবঢ়াব পাৰো৷

বন্ধুসকল,

সংবাদৰ মূল বিষয়বস্তুও হৈছে ঐক্যবদ্ধ হোৱা। এই লক্ষ্যৰেহক আমি সকলো ঐক্যবদ্ধ হ। এতিয়া প্রাচীন মূল্যবোধ অনুসৰণ কৰিৱিষ্যতৰ পথ নির্মাণ কৰাৰ সময় আহিছে। আমি নিশ্চিতভাৱে মানৱতাবাদক আমাৰ নীতিৰ মূল কেন্দ্র ৰাখিম৷ আমি নিশ্চিতভাৱে আমাৰ অস্তিত্ব বজা ৰখাৰ মূল স্তম্ভ হিচাপে প্রকৃতিৰ সৈতে সম্প্রীতি বজা ৰাখি সহাস্থান কৰিম৷ সেই সংবাদ হল নিজৰ মাজত আলোচনাৰ এক মঞ্চ, প্রকৃতি আমি আগুৱাই যোৱাৰ পথ পোহৰ প্ৰদানকাৰী হৈ ঠিব পাৰে। এই গুৰুত্বপূৰ্ণ কাৰ্যসূচী আয়োজনৰ বাবে মই আয়োজকসকলক ধন্যবাদ জনোৱাৰ লগতে এই মঞ্চ তেওঁলোকৰ আলোচনাৰ সফলতা কামনা কৰিলো৷

ধন্যবাদ

*****

DS/SH/DB



(Release ID: 1682582) Visitor Counter : 185