প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ইচোৱাতিনিৰ প্ৰধানমন্ত্ৰী এমব্ৰ’ছ মেণ্ডভুল’ ডল্মিনিৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক
प्रविष्टि तिथि:
15 DEC 2020 9:56PM by PIB Guwahati
ইচোৱাতিনিৰ প্ৰধানমন্ত্ৰী এমব্ৰ’ছ মেণ্ডভুল’ ডল্মিনিৰ বিয়োগত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে।
এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "প্ৰধানমন্ত্ৰী এমব্ৰ’ছ মেণ্ডভুল’ ডল্মিনিৰ মৰ্মান্তিক বিয়োগত ইচোৱাতিনিৰ চৰকাৰ আৰু জনসাধাৰণলৈ গভীৰ সমবেদনা জনাইছো। শোকাহত পৰিয়ালৰ সৈতে আমাৰ প্ৰাৰ্থনা আৰু মনন আছে।"
*****
DS/SH/SB
(रिलीज़ आईडी: 1681359)
आगंतुक पटल : 110
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam