প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
১১ ডিচেম্বৰত আন্তঃৰাষ্ট্ৰীয় ভাৰতী মহোত্সৱ,২০২০ সম্বোধন কৰিব প্রধানমন্ত্রীয়ে
পোষ্ট কৰা হৈছে:
09 DEC 2020 9:54PM by PIB Guwahati
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে অহা ১১ ডিচেম্বৰ,২০২০ৰ বিয়লি ৪.৩০বজাত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় ভাৰতী মহোত্সৱ,২০২০ সম্বোধন কৰিব। চলিত বৰ্ষত এই মহোত্সৱ ভাৰ্চুৱেল মাধ্যমত আয়োজন কৰা হৈছে। মহোত্সৱত ভালেমান দেশী-বিদেশী কবিৰ লগতে শিল্পীয়ে অংশগ্ৰহণ কৰিব। মহাকবি সুব্ৰমণ্য ভাৰতীৰ ১৩৮ সংখ্যক জন্ম বাৰ্ষিকী উদযাপন কৰাৰ বাবে বনবিল সাংস্কৃতিক কেন্দ্ৰই এই মহোত্সৱৰ আয়োজন কৰিছে।
******
DS/SH/KG
(ৰিলিজ আই ডি : 1680175)
অতিথি কক্ষ : 165
ত এই ৰিলিজটো পঢ়ক:
Punjabi
,
Tamil
,
Telugu
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Gujarati
,
Odia
,
Kannada
,
Malayalam