প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পতাকা দিৱসত সেনা বাহিনীৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ কৃতজ্ঞতা
পোষ্ট কৰা হৈছে:
07 DEC 2020 11:32AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পতাকা দিৱসত সেনা বাহিনীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে৷
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “সেনা বাহিনীৰ পতাকা দিৱস হৈছে আমাৰ সেনা জোৱান আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশৰ এটা দিন৷ ভাৰতে তেওঁলোকৰ সাহসী সেৱা আৰু নিস্বাৰ্থ ত্যাগক লৈ গৌৰৱবোধ কৰে৷
আমাৰ জোৱানসকলৰ কল্যানৰ বাবে বৰঙণি আগবঢ়াওক৷ এই কাৰ্যই আমাৰ বহু সাহসী জোৱান আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক সহায় কৰিব৷”
***
DS/SH/DB
(ৰিলিজ আই ডি : 1680165)
অতিথি কক্ষ : 138
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam