প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ক’ভিড-১৯ৰ টিকাকৰণৰ ক্ষেত্ৰত কৌশল স্থিৰ কৰিবলৈ প্রধানমন্ত্রীৰ সর্বদলীয় বৈঠক

ভাৰতত তিনিটা থলুৱা ভেকচিনসহ মুঠ আঠটা শক্তিশালী ভেকচিনৰ পৰীক্ষা-নিৰীক্ষাৰ বিভিন্ন পর্যায়ত আছেঃ প্ৰধানমন্ত্ৰী

অহা কেইসপ্তাহৰ ভিতৰতে টিকা লাভ কৰাৰ আশা কৰা হৈছেঃ প্রধানমন্ত্রী

নিৰাপদ আৰু সুলভ মূল্যত টিকাৰ বাবে সমগ্ৰ বিশ্বই ভাৰতৰ দিশে চাই ৰৈছেঃ প্ৰধানমন্ত্ৰী

Posted On: 04 DEC 2020 4:19PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগেৰোনা টিকাকৰণক কৌশল স্থিৰৰাৰ সন্দৰ্ভত আলোচনা কৰিবলৈ সর্বদলীয় বৈঠকত মিলিত হয়৷ বৈঠকত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী, বিত্ত মন্ত্ৰী, গ্ৰামোন্নয়ন মন্ত্ৰী, সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী, সংসদীয় পৰিক্ৰমা মন্ত্ৰীও উপস্থিত থাকে৷ এই উপলক্ষে প্রধানমন্ত্রীয়ে কয় যে চৰকাৰে প্ৰতিষেধক প্ৰয়োগৰ ক্ষেত্রত এক সৰ্বাংগীন পৰিকল্পনা গ্রহণ কৰিছে। নিৰাপদ আৰু সুলভ মূল্য টিকাৰ বাবে সমগ্ৰ বিশ্ব ভাৰতৰ দিশে চাই ৰৈছে।

ক’ভিডৰ টিকাকৰণৰ বাবে সাজু ভাৰত

বৈঠকত আমেদাবাদ, পুনে আৰু হায়দৰাবাদৰ প্ৰতিষেধক উৎপাদন সংস্থাসমূহ পৰিদর্শনৰ পাছত তেওঁৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়ে জনায় যে বর্তমান ভাৰতঠটা শক্তিশালী ভেকচিনৰ পৰীক্ষা-নিৰীক্ষাৰ বিভিন্ন পর্যায় ছে। ইয়াভিতৰত তিনিটা দেশত প্ৰস্তত কৰা হৈছে৷

অহা কেইসপ্তাহমানভিতৰতে দেশ প্ৰতিষেধক উপলব্ধ হ’ব বুলি প্রধানমন্ত্রীয়ে আশা প্রকাশ কৰে বিজ্ঞানীসকলপৰা অনুমোদন পত্র পোৱাপাছতে লৈ প্রচাৰ ভিযান আৰম্ভব৷ টিকাকৰণৰ ক্ষেত্রত কিদৰে প্রাধান্য দিয়াব, তাক লৈ কেন্দ্র-ৰাজ্যসমূহসৈতে সমন্বয় গঢ়ি তোলা হৈছে বুলিও প্রধানমন্ত্রীয়ে সদৰি কৰে৷

এক কাৰ্যকৰী, মসৃণ আৰু স্বচ্ছ প্ৰক্ৰিয়াৰে ভেকচিন প্ৰদানৰ কাম সম্পন্ন কৰাৰ বাবে স্বাস্থ্য কৰ্মী আৰু আগশাৰীৰ কৰ্মীসকলৰ ডাটাবেচ প্ৰস্তুত কৰা, শীতলীকৃত ভাণ্ডাৰ শৃংখলাৰ ব্যৱস্থা, ছিৰিঞ্জ আৰু বেজী প্ৰস্তুতৰ কামে অগ্ৰগতি লাভ কৰিছে৷

ভাৰতৰ ভেকচিন বিতৰণৰ দক্ষতা, সক্ষমতা আৰু টিকাকৰণৰ বাবে প্ৰয়োজনীয় বিশাল নেটৱৰ্কে ক’ভিডৰ টিকাকৰণত সহায় কৰিব বুলি আশা কয় প্ৰধানমন্ত্ৰীয়ে৷ ইয়াৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত শীতলীকৃত ভাণ্ডাৰ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰসমূহৰ সৈতে সহযোগিতাৰে কাম কৰি থকা হৈছে৷

এই প্ৰতিষেধকৰ বিতৰণ আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰাজ্য আৰু জিলা পৰ্যায়ৰ কৰ্তৃপক্ষ আৰু অন্যান্য অংশীদাৰৰ সৈতে যোগাযোগ কৰাৰ বাবে এক ডিজিটেল মঞ্চ গঠন কৰা হৈছে৷

টিকাকৰণৰ প্রচাৰ অভিযানৰ বাবে ৰাষ্ট্ৰীয় পর্যায় এক বিশেষজ্ঞ কমিটী গঠন

টিকাকৰণৰ প্রচাৰ অভিযানৰ বাবে ৰাষ্ট্ৰীয় পর্যায় এক বিশেষজ্ঞ কমিটীঠন তোলা হৈছে। এই কমিটীত কেন্দ্র আৰু ৰাজ্য ৰকাৰৰ বিশেষজ্ঞ আৰু বিষয়াসকলো আছে৷

ভিড অতিমাৰীৰ বিৰুদ্ধে ভাৰতীয়সকলে অদম্য শক্তিৰে যুঁজ দিছে

প্রধানমন্ত্রীয়ে কয় যে ভিড অতিমাৰীৰ বিৰুদ্ধে ভাৰতীয়সকলে অদম্য শক্তিৰে যুঁজ দি আহিছে৷ এই সময়ছোৱাত দেশবাসীৰ সংযম, সাহস আৰু শক্তি অতুলনীয় আৰু অভূতপূৰ্ব ভাৰতত পৰীক্ষাৰ সংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত এক বিজ্ঞানসন্মত পদ্ধতি অৱলম্বন কৰা হৈছে, যাৰ ফল ভিড মৃত্যুৰ হাৰ এতিয়া বহু পৰিমাণে হ্রাস পাইছে বুলি তেওঁ কয়৷ ৰোনা টিকাকৰণক লৈ হোৱা অপপ্ৰচাৰত গুৰুত্ব নিদিবলৈ দেশবাসীক আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে৷

প্রধানমন্ত্রীয়েকলো দলৰ নেতৃবৃন্দভিড মহামাৰীৰ বিৰুদ্ধে যুঁজত উল্লেখযোগ্য অদান আগবঢ়োৱাৰ বাবে ধন্যবাদ জনায়৷ তেওঁ কয় যে সকলো ৰাজনৈতিক দলৰ সহযোগিতাক জন আন্দোলন আৰু জন অংশীদাৰিত্বই ভাৰতৰ টিকাকৰণৰ সফলতাৰ ছাবিকাঠি বুলি কয়৷ তেওঁ নাগৰিকসকলককলো সময়তে সতর্ক থাকিবলৈ কোৱাৰ লগতে এই ভাইৰাৰ বিৰুদ্ধে যুঁজৰ ক্ষেত্ৰত কৰিবলগীয়া সকলো কাম কৰাৰ বাবে অনুৰো জনায়৷

বৈঠকত অংশগ্ৰহণকাৰী ৰাজনৈতিক দলৰ নেতৃবৰ্গ

জি অনুষ্ঠিত এই সর্বদলীয় বৈঠক ভাৰতীয় জাতীয় কংগ্রেছ, তৃণমূল কংগ্রেছ, ডিএমকে, ৱাইএআৰ কংগ্রে পাৰ্টী, জেডি(ইউ), বিজেডি, শিসেনা, টিআৰএ, বিএপি, পি, এআইএডিএমকে আৰু বিজেপিৰ প্রতিনিধিবৰ্গই অংশগ্ৰহণ কৰে৷ বিভিন্ন ৰাজনৈতিক দলৰ নেতৃবৰ্গই প্ৰতিষেধক ক্ষিপ্ৰতাৰে প্ৰদানৰ ক্ষেত্ৰত প্রধানমন্ত্রীক পূর্ণ সহযোগিতাৰ আশ্বাস দিয়ে৷ তেওঁলোকে মহামাৰী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ নেতৃত্বৰ লগতে ভেকচিনৰ বিকাশৰ ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে বৈজ্ঞানিক সমূদায়ৰ প্ৰশংসা কৰে৷

কেন্দ্ৰীয় স্বাস্থ্য সচিবে দেশত ক’ভিড-১৯ৰ পৰিস্থিতিৰ সন্দৰ্ভত এক উপস্থাপন আগবঢ়ায়৷

******

DS/SH/DB



(Release ID: 1678503) Visitor Counter : 231