প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘বিএছএফ’-ৰ প্ৰতিষ্ঠা দিৱসত বাহিনীটোৰ সদস্যসকললৈ প্ৰধানমন্ত্ৰীৰ শুভ কামনা
পোষ্ট কৰা হৈছে:
01 DEC 2020 9:30AM by PIB Guwahati
‘বিএছএফ’-ৰ প্ৰতিষ্ঠা দিৱসত বাহিনীটোৰ সদস্যসকললৈ শুভ কামনা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে।
এই সন্দৰ্ভত প্ৰকাশ এক বাৰ্তাত শ্ৰী মোডীয়ে কয়, “বিএছএফ-ৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ উপলক্ষত ‘বিএছএফ ইণ্ডিয়া’ৰ প্ৰতিগৰাকী সদস্য আৰু তেওঁলোকৰ পৰিয়ালবৰ্গলৈ শুভেচ্ছা জ্ঞাপন কৰিছো। ৰাষ্ট্ৰ সুৰক্ষা আৰু প্ৰাকৃতিক দুৰ্যোগৰ মুহূৰ্তত নাগৰিকসকললৈ সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰত অটুত দায়বদ্ধতা প্ৰদৰ্শন কাৰৰ লগতে এটি অতিকে বীৰত্বশালী বাহিনী হিচাপে ‘বিএছএফ’-য়ে নিজকে প্ৰতিষ্ঠিত কৰি আহিছে। ‘বিএছএফ’-ক লৈ ভাৰত গৌৰৱান্বিত!”
***
DS/SH/KB
(ৰিলিজ আই ডি : 1677367)
অতিথি কক্ষ : 174
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam