প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বিশ্ব টয়লেট দিৱসত ভাৰতে ইয়াৰ সকলোৰে বাবে টয়লেট সংকল্পক সুদৃঢ় কৰিছেঃ প্ৰধানমন্ত্ৰী

স্বাস্থ্যবিধিসন্মত টয়লেটে বিশেষতঃ আমাৰ নাৰী শক্তিৰ মৰ্যাদাৰ সৈতে স্বাস্থ্যৰ উপকাৰ সাধন কৰিছেঃ প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 19 NOV 2020 1:41PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আজি বিশ্ব টয়লেট দিৱসত ৰাষ্ট্ৰখনে ইয়াৰ সকলোৰে বাবে টয়লেট সংকল্পক সুদৃঢ় কৰিছে।

এটা টুইটত শ্ৰী মোদীয়ে কয় “বিশ্ব টয়লেট দিৱসত, ভাৰতে ইয়াৰ #Toilet4All সংকল্পক সুদৃঢ় কৰিছে। যোৱা কেইটামান বছৰত কোটি-কোটি ভাৰতীয়লৈ স্বাস্থ্যবিধিসন্মত টয়লেট আগবঢ়োৱাত অসামান্য সফলতা লাভ কৰা হৈছে। ই বিশেষতঃ আমাৰ নাৰী শক্তিৰ মৰ্যাদাৰ সৈতে স্বাস্থ্যৰ উপকাৰ সাধন কৰিছে।”

 

*****

DS/SKS/SB


(रिलीज़ आईडी: 1674379) आगंतुक पटल : 209
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam