প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বাহৰেইনৰ প্ৰধানমন্ত্ৰী মহামহিম খালিফা বিন ছলমান অল খালিফাৰ বিয়োগত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 11 NOV 2020 7:17PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাহৰেইনৰ প্ৰধানমন্ত্ৰী মহামহিম যুৱৰাজ খালিফা বিন ছলমান অল খালিফাৰ বিয়োগত শোক প্ৰকাশ কৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে কয়, ‘বাহৰেইনৰ প্ৰধানমন্ত্ৰী মহামহিম যুৱৰাজ খালিফা বিন ছলমান অল খালিফাৰ শোকাৱহ বিয়োগত মই আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ। শোকৰ এই মুহূৰ্তত আমাৰ চিন্তা আৰু প্ৰাৰ্থনা বাহৰেইনৰ মহামহিম ৰজা, ৰাজ পৰিয়াল আৰু বাহৰেইনৰ জনগণৰ সৈতে আছে

 

 

******

DS/SH/KG


(ৰিলিজ আই ডি : 1672130) অতিথি কক্ষ : 113