প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

অ'আৰঅ'পিৰ ৫ম বছৰত লক্ষ্যণীয় সেৱা আগবঢ়োৱা প্ৰবীন সৈনিকক প্ৰধানমন্ত্ৰীৰ ছেল্যুট

Posted On: 07 NOV 2020 6:28PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অ'আৰঅ'পিৰ ৫ম বছৰ পূৰ্তিত, লক্ষ্যণীয় সেৱা আগবঢ়োৱা বিশিষ্ট সৈনিকসকলক ছেল্যুট দিয়ে।

''আজি, পাঁচ বছৰৰ আগতে, ভাৰতে আমাৰ মহান সৈনিকসকলৰ মংগল নিশ্চিত কৰিবৰ বাবে এটা ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছিল, যিসকলে সাহসিকতাৰে আমাৰ দেশখনক সুৰক্ষা প্ৰদান কৰে। অ'আৰঅ'পিৰ ৫ বছৰ এটা গুৰুত্বপূৰ্ণ ঘটনা। কেইবাদশক ধৰি ভাৰতে অ'আৰঅ'পিৰ বাবে অপেক্ষা কৰি আছিল।

মই আমাৰ প্ৰবীনসকলক তেওঁলোকৰ লক্ষ্যণীয় সেৱাৰ বাবে ছেল্যুট দিছো'', প্ৰধানমন্ত্ৰীয়ে কয়।

***

DS/SH



(Release ID: 1671110) Visitor Counter : 137