প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

অন্ধ্ৰপ্ৰদেশৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

Posted On: 01 NOV 2020 10:06AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰপ্ৰদেশৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰে৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, অন্ধ্ৰপ্ৰদেশ কঠোৰ পৰিশ্ৰম আৰু সহানুভূতিৰ সমার্থক৷ অন্ধ্ৰপ্ৰদেশৰ জনসাধাৰণে বিভিন্ন ক্ষেত্রত উকর্ষতাৰ পৰিচয় দিছে৷ অন্ধ্ৰপ্ৰদেশৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যৰ ৰাজ্যবাসীক মোৰ অভিনন্দন আৰু তেওঁলোকৰ উন্নয়নমূলক আকাংক্ষাক মই শুভেচ্ছা জনাইছো৷

***

VRRK/SH/DB



(Release ID: 1669373) Visitor Counter : 102