প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

লোকসভাৰ সাংসদ বালি দুৰ্গা প্ৰসাদ ৰাও গুৰুৰ দেহাৱসানত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

Posted On: 16 SEP 2020 8:35PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাৰ সাংসদ বালি দুৰ্গা প্ৰসাদ ৰাওৰ দেহাৱসানত শোক প্ৰকাশ কৰিছে৷ এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়, ‘‘লোকসভাৰসাংসদ বালি দুৰ্গা প্ৰসাদ ৰাওৰ দেহাৱসানত শোক প্ৰকাশ কৰিছো৷ তেওঁ আছিল এজন অভিজ্ঞ নেতা যিয়ে অন্ধ্ৰ প্ৰদেশৰ উন্নয়নত প্ৰভূত অৰিহণা আগবঢ়াইছিল৷ তেওঁৰ পৰিয়াল তথা শুভাকাংক্ষীসকললৈ মই মোৰ সমবেদনা প্ৰকাশ কৰিছো৷ ওম শান্তি৷’’

***

VRRK/SH/MANN



(Release ID: 1657176) Visitor Counter : 76