প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

তেলেগু অভিনেতা জয় প্ৰকাশ ৰেড্ডীৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

प्रविष्टि तिथि: 08 SEP 2020 2:31PM by PIB Guwahati

তেলেগু অভিনেতা জয় প্ৰকাশ ৰেড্ডীৰ দেহাৱসানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে। এটা টুইটত তেখেতে কয় “স্বকীয় অভিনয় শৈলীৰ জয় প্ৰকাশ ৰেড্ডীয়ে সকলোকে মুগ্ধ কৰিছিল। তেওঁৰ দীঘলীয়া কেৰিয়াৰত বহু স্মৰণীয় চৰিত্ৰ ৰূপায়ণ কৰিছিল। তেওঁৰ মৃত্যু চলচ্চিত্ৰ জগতখনৰ কাৰণে অপূৰণীয় ক্ষতি। তেওঁৰ পৰিয়াল-বৰ্গ আৰু অনুৰাগীসকললৈ গভীৰ সমবেদনা জনাইছো।”

***

VRRK/AK/SB


(रिलीज़ आईडी: 1652281) आगंतुक पटल : 113
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam