ভাৰতীয় নিৰ্বাচন আয়োগ

বিভিন্ন ৰাজ্যত স্থগিত কৰা হৈছে উপ-নিৰ্বাচন

Posted On: 04 SEP 2020 2:41PM by PIB Guwahati

বিভিন্ন ৰাজ্যত উপ-নিৰ্বাচন স্থগিত ৰখাৰ সন্দৰ্ভত আয়োগে এক বৈঠকৰ আয়োজন কৰিছে৷ বৰ্তমানে বিভিন্ন বিধানসভা/সংসদীয় এলেকাত ৬৫টা পদ খালী আছে৷

আয়োগে মুখ্য সচিব/মুখ্য নিৰ্বাচনী বিষয়াৰ পৰা লাভ কৰা  প্ৰতিবেদন পুনৰীক্ষণ কৰিছে আৰু বৰষুণ তথা মহামাৰীৰ বাবে এই উপ নিৰ্বাচন স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ 

আয়োগে এই ৬৫খন আসনৰ উপ নিৰ্বাচন একেটা সময়তে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

...

SBS/MR/AC/MANN



(Release ID: 1651459) Visitor Counter : 125