প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কাইলৈ ‘শ্রী ৰাম জন্মভূমি মন্দিৰ’ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্রীয়ে

प्रविष्टि तिथि: 04 AUG 2020 6:36PM by PIB Guwahati

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অযোধ্যাত ‘শ্রী ৰাম জন্মভূমি মন্দিৰ’ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্রীয়ে

এই অনুষ্ঠানৰ পূৰ্বে প্ৰধানমন্ত্রীয়ে হনুমানগড়ি দর্শন কৰাৰ লগতে পূজা আগবঢ়াব৷ ইয়াৰ পাছত তেওঁ শ্রী ৰাম জন্মভূমিলৈ যাব৷ তাতভগৱান শ্রী ৰামলালা বিৰাজমানদর্শন আৰু পূজা আগবঢ়াব৷ তাৰপাছত প্ৰধানমন্ত্ৰীয়ে এটা পাৰিজাত গছৰ পুলি ৰোপণ কৰাৰ লগতে ভূমি পূজন  কৰিব৷
প্ৰধানমন্ত্রীয়ে ইয়াৰ পাছত মন্দিৰৰ আধাৰশিলা স্থাপন আৰুশ্রী ৰাম জন্মভূমি মন্দিৰ স্মাৰক ডাক টিকট মুকলি কৰিব৷

****

VRRK/SH/DB


(रिलीज़ आईडी: 1648335) आगंतुक पटल : 275
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Marathi , Kannada , English , Urdu , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam