পোষ্ট কৰা হৈছে:
07 AUG 2020 10:41AM by PIB Guwahati
নিম্নোলিখিত বাৰ্তাটি ৰাষ্ট্ৰীয় হস্ততাত দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে আগবঢ়াইছে৷
“ৰাষ্ট্ৰীয় হস্ততাত দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ বাৰ্তা”
"ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে আমি আমাৰ বৃহত্তৰ শিপীনি আৰু হস্তশিল্প ক্ষেত্রত সৈতে ডড়িত সকলোকে অভিবাদন জনাইছো৷ তেওঁলোকে আমাৰ দেশৰ কাৰুশিল্প সংৰুক্ষণৰ বাবে অভূতপূৰ্ব প্রয়াস অব্যাহত ৰাখিছে৷ আহক, আমি সসকলো হস্তনির্মিত শিল্পৰ বাবে মাত মাতো আৰু আত্মনির্ভৰ ভাৰতৰ প্রচেষ্টাক শক্তিশালী কৰো৷"
***
VRRK/SH/DB