প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
লেবাননৰ বেইৰুট চহৰত ভয়ংকৰ বিস্ফোৰণক লৈ হতবাক প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
05 AUG 2020 9:30AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লেবাননৰ বেইৰুট চহৰত ভয়ংকৰ বিস্ফোৰণক লৈ হতবাক হোৱাৰ লগতে দুখ প্ৰকাশ কৰে৷
প্ৰধানমন্ত্ৰীয়ে কয়, “বেইৰুট চহৰত সংঘটিত ভয়ংকৰ বিস্ফোৰণত হতবাক হোৱাৰ লগতে মানুহৰ প্ৰাণহানি আৰু সম্পত্তিৰ ক্ষয়-ক্ষতিৰ বাবে দুঃখিত হৈছো৷ মই শোক সন্তপ্ত পৰিয়ালসমূহৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰি প্ৰাৰ্থনা জনাইছো৷”
****
VRRK/KP/DB
(ৰিলিজ আই ডি : 1643616)
অতিথি কক্ষ : 155
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam