প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ঈদ-উল-জুহা উপলক্ষে ৰাষ্ট্ৰবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

प्रविष्टि तिथि: 01 AUG 2020 9:11AM by PIB Guwahati

ঈদ-উল-জুহা উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাষ্ট্ৰবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে।

এটা টুইটত, প্ৰধানমন্ত্ৰীজনে কয়,

"ঈদ মোবাৰক!

ঈদ-উল-জুহাৰ শুভেচ্ছা জনালো। এই দিনটোৱে আমাক এখনি ন্যায়পূৰ্ণ, সমন্বয়পূৰ্ণ আৰু সঠিক সমাজ সৃষ্টিৰ অৰ্থে অনুপ্ৰাণিত কৰক। ভাতৃত্ববোধ আৰু সহানুভূতিৰ উদ্দীপনা জগাই তোলক।"

***

VRRK/SH/SB


(रिलीज़ आईडी: 1642981) आगंतुक पटल : 178
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam