পোষ্ট কৰা হৈছে:
23 JUN 2020 10:24AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কচ্ছি নৱবৰ্ষ অশ্বধি বিজৰ বিশেষ ক্ষণত দেশবাসীক শুভেচ্ছা জনাইছে৷
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “অশ্বধি বিজৰ বিশেষ ক্ষণত কচ্ছি সম্প্ৰদায়ক শুভেচ্ছা জ্ঞাপন কৰিছো৷ এই সমূদায়টো তেওঁলোকৰ মহান সংস্কৃতি আৰু সাহসৰ বাবে জনাজাত৷ অহা বছৰটোত তেওঁলোক সুখেৰে ভৰি পৰাৰ লগতে সকলো যেন সু-স্বাস্থ্যৰ অধিকাৰী হয়, তাৰবাবে মই প্ৰাৰ্থনা জনাইছো৷”
***
VRRK/SH/DB