প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

সুশান্ত সিং ৰাজপুতৰ দেহাৱসানত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

Posted On: 14 JUN 2020 5:08PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সুশান্ত সিং ৰাজপুতৰ অকাল মৃত্যুক শোক প্ৰকাশ কৰিছে৷ এই সন্দৰ্ভত তেওঁ এইদৰে কয়, ‘‘সুশান্ত সিং ৰাজপুত….এজন উজ্বল প্ৰতিভাৱান যুৱ অভিনেতাই অকালতে আমাক এৰি গ’ল৷  তেওঁ দূৰদৰ্শন আৰু চলচ্চিত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল৷ তেওঁ মনোৰঞ্জনৰ জগতখনৰ দ্বাৰা বিভিন্ন জনক অনুপ্ৰেৰিত কৰিছিল আৰু তেওঁ বহুতো স্মৃতি আমালৈ এৰি থৈ গৈছে৷ তেওঁৰ মৃত্যুত মৰ্মাহত হৈছো৷ তেওঁৰ পৰিয়াল আৰু অনুগামীসকললৈ সমবেদনা জ্ঞাপন কৰিছো৷ ওম শান্তি৷’’

***

 

VRRK/SH/MANN



(Release ID: 1631582) Visitor Counter : 112