প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জেষ্ঠ অষ্টমী উপলক্ষে কাশ্মীৰী পণ্ডিতসকলক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

Posted On: 30 MAY 2020 6:03PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জেষ্ঠ অষ্টমী উপলক্ষে কাশ্মীৰী পণ্ডিত সমূদায়ক শুভেচ্ছা জনাইছে৷

এক শুভেচ্ছা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, জেষ্ঠ অষ্টমীৰ এই পবিত্ৰ তিথি উপলক্ষে বিশেষকৈ কাশ্মীৰী পণ্ডিত সমূদায়ক শুভেচ্ছা জনাইছো৷

মাতা ক্ষীৰ ভৱানীৰ আশীৰ্বাদত সকলোৰে জীৱন সুখ, সুস্থ আৰু সমৃদ্ধিৰে ভৰি পৰক৷

***

VRRK/SH/DB



(Release ID: 1628446) Visitor Counter : 136