প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

শ্ৰী অজিত যোগীৰ দেহাৱসানত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

प्रविष्टि तिथि: 29 MAY 2020 6:00PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী অজিত যোগীৰ মৃত্যুত শোক প্ৰকাশ কৰে৷ এই সন্দৰ্ভত তেওঁ এইদৰে কয়, ‘‘শ্ৰী অজিত যোগী আছিল ৰাজহুৱা কৰ্মী৷ তেওঁ দৰিদ্ৰ বিশেষকৈ আদিবাসীসকলৰ উন্নতিৰ হকে কাম কৰিছিল৷ তেওঁৰ মৃত্যুত শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনাইছো৷’’

***

VRRK/SH/MANN


(रिलीज़ आईडी: 1627741) आगंतुक पटल : 203
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Odia , Tamil , Telugu , Kannada , Malayalam