প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ছিক্কিমৰ ৰাজ্যিক দিৱসত প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন
Posted On:
16 MAY 2020 4:18PM by PIB Guwahati
ছিক্কিমৰ ৰাজ্যিক দিৱসত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰি কয়, ‘‘ছিক্কিমৰ প্ৰতিভাৱান লোকসকলে ৰাজ্যখনক বিভিন্ন দিশৰ পৰা সমৃদ্ধ কৰিছে৷ জৈৱিক কৃষিৰ দৰে ক্ষেত্ৰসমূহত ছিক্কিমৰ অৱদান সকলোৰে বাবে আদৰ্শস্বৰূপ৷ আগন্তুক বৰ্ষসমূহত ছিক্কিমৰ উন্নতি কামনা কৰিছো৷’’
***
VRRK/SH/MANN
(Release ID: 1624434)
Visitor Counter : 177
Read this release in:
Hindi
,
English
,
Urdu
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam