স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ শেহতীয়া তথ্য

এই পৰ্যন্ত ২০,৯১৭জন লোকে আৰোগ্য লাভ কৰিছে; ৩১.১৫%লৈ বৃদ্ধি পাইছে আৰোগ্য হাৰ

Posted On: 11 MAY 2020 5:27PM by PIB Guwahati

এই পৰ্যন্ত ২০,৯১৭ জন লোকে আৰোগ্য লাভ কৰিছে৷ আৰোগ্যৰ হাৰ হ’ল ৩১.১৫%৷ এই পৰ্যন্ত ক’ভিড-১৯ত নিশ্চিতভাৱে আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৬৭,১৫২ জন৷ কালিৰে পৰা ৪,২১৩ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷

ক’ভিড-১৯ৰ বাবে জিলাভিত্তিক নিৰীণক্ষৰ সুবিধাৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে নিৰ্দেশনাৱলী জাৰি কৰিছে৷https://www.mohfw.gov.in/pdf/DistrictlevelFacilitybasedsurveillanceforCOVID19.pdf ত এই নিৰ্দেশনাৱলী উপলব্ধ৷

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

*****

MV/SG/MANN



(Release ID: 1623030) Visitor Counter : 189