প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 10 MAY 2020 4:11PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থাৎ ১১ মে’ ২০২০ তাৰিখে দুপৰীয়া ৩ বজাত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে পঞ্চমখন বৈঠকত অংশগ্ৰহণ কৰিব৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা টুইটাৰত এইদৰে প্ৰকাশ কৰা হয়৷

****

VRRK/ VJ/MANN



(Release ID: 1622669) Visitor Counter : 170