প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পবিত্ৰ ৰমজান মাহৰ আৰম্ভণি উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

Posted On: 24 APR 2020 8:33PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পবিত্ৰ ৰমজান মাহৰ আৰম্ভণি উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে৷

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়,ৰমজান মোবাৰক! মই প্ৰত্যেকৰে সুৰক্ষা, কল্যান আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনাইছো৷ এই পবিত্ৰ মাহে দয়া, সংহতি আৰু ধৈৰ্যৰ প্ৰাচুৰ্যতা বৃদ্ধি কৰক৷ আমি যেন চলিত ক’ভিড-১৯ৰ যুঁজত এক নিৰ্ণায়ক বিজয় সাব্যস্ত কৰাৰ লগতে এখন সুস্থ পৃথিৱী গঢ় দিব পাৰো তাকে কামনা কৰিলো৷

***

VRRK/SH/DB



(Release ID: 1618017) Visitor Counter : 180