প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ক’ভিড-১৯ মহামাৰী সন্দৰ্ভত আজি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 24 MAR 2020 11:56AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অৰ্থাৎ ২৪ মাৰ্চ ২০২০ তাৰিখে নিশা ৮ বজাত ক’ভিড-১৯ মহামাৰী সন্দৰ্ভত ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব৷ টুইটাৰত প্ৰধানমন্ত্ৰীয়ে এইদৰে লিখে, ‘‘আজি ২৪ মাৰ্চ ২০২০ তাৰিখে নিশা ৮ বজাত ক’ভিড-১৯ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয়ে দেশবাসীৰ সন্মুখত ভাষণ প্ৰদান কৰিম৷’’

***

VRRK/AK/MANN


(रिलीज़ आईडी: 1607900) आगंतुक पटल : 169
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , English , Urdu , Marathi , हिन्दी , Bengali , Punjabi , Gujarati , Odia , Tamil , Kannada , Malayalam