প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰতীয়সকলক উদ্ধাৰ কৰা এয়াৰ ইণ্ডিয়াক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা
प्रविष्टि तिथि:
23 MAR 2020 12:00PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ভিড-১৯ মহামাৰীত আক্ৰান্ত দেশসমূহত আৱদ্ধ ভাৰতীয়সকলক উদ্ধাৰ কৰা এয়াৰ ইণ্ডিয়াক প্ৰশংসা কৰে৷ তেওঁ এটা টুইটত এইদৰে লিখে, ‘‘@airindiain দলটোক লৈ অতিশয় গৌৰৱান্বিত, ই সাহস আৰু মানৱীয়তাৰ অতুলনীয় নিদৰ্শন৷ তেওঁলোকৰ এই অসাধাৰণ প্ৰয়াসক ভাৰতৰ বিভিন্নজনে প্ৰশংসা কৰিছে৷#IndiaFightsCorona”
*****
VRRK/AK/MANN
(रिलीज़ आईडी: 1607855)
आगंतुक पटल : 172
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam