ৰাষ্ট্ৰপতি সচিবালয়
সংবাদ বিবৃতি
পোষ্ট কৰা হৈছে:
24 JUL 2026 8:51PM by PIB Guwahati
ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি ভাৰতৰ সংবিধানৰ ৭৫ নং অনুচ্ছেদৰ দফা (২)ৰ অধীনত, তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ পৰা শ্ৰী ৰৱনীত সিঙৰ পদত্যাগ গ্ৰহণ কৰিছে।
***
MJPS/SS/PRK/DM
(ৰিলিজ আই ডি : 2289531)
অতিথি কক্ষ : 30
ত এই ৰিলিজটো পঢ়ক:
Odia
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam