প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আধুনিক ৰে’ল ব্যৱস্থাই কেনেদৰে পঞ্জাৱত প্ৰগতিৰ নতুন পথ মুকলি কৰিছে সেই সন্দৰ্ভত প্ৰবন্ধ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
13 MAY 2026 2:23PM by PIB Guwahati
আধুনিক ৰে’লৱে ষ্টেচন আৰু উন্নত নেটৱৰ্কে পঞ্জাৱত প্ৰগতিৰ নতুন পথ মুকলি কৰিছে সেই সম্পৰ্কীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰৱনীত সিং বিট্টুৰ এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে এই পৰিৱৰ্তনে জনসাধাৰণৰ বাবে বহু সুযোগ কঢ়িয়াই আনিছে।
শ্ৰী মোদীয়ে এক্স-ত পোষ্ট কৰিছেঃ
‘পঞ্জাৱত আধুনিক ৰে’ল ষ্টেচন আৰু উন্নত নেটৱৰ্কে প্ৰগতিৰ নতুন পথ মুকলি কৰিছে। এই পৰিৱৰ্তনে ইয়াৰ জনসাধাৰণৰ বাবে বহু সুযোগ কঢ়িয়াই আনিছে। কেন্দ্ৰীয় মন্ত্ৰী @RavneetBittu জীয়ে এই প্ৰবন্ধটোত পঞ্জাৱ কেনেদৰে সলনি হৈ আছে সেই বিষয়ে বৰ্ণনা কৰিছে।
এইটো নিশ্চিতভাৱে পঢ়ক!’
***
MJPS/SS/VJ/HS
(ৰিলিজ আই ডি : 2260649)
অতিথি কক্ষ : 7