প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সংসদত ভাৰতৰ সাংস্কৃতিক আৰু ভাষিক বৈচিত্ৰ্যৰ ওপৰত আলোকপাত কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰশংসা
পোষ্ট কৰা হৈছে:
23 DEC 2025 6:19PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাত আঞ্চলিক ভাষাক প্ৰাধান্য প্ৰদান কৰাৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ সাংস্কৃতিক আৰু ভাষিক বৈচিত্র্যক সংসদৰ মজিয়াত আলোকপাত কৰাৰ বাবে অধ্যক্ষ ওম বিৰলা জী আৰু দলীয় সকলো সাংসদক প্ৰশংসা কৰিছে।
প্ৰধানমন্ত্ৰীয়ে X ত পোষ্ট কৰিছেঃ
"এইটো দেখি বৰ ভাল লাগিছে।
ভাৰতৰ সাংস্কৃতিক আৰু ভাষিক বৈচিত্ৰ্য আমাৰ গৌৰৱ। সংসদৰ মজিয়াত এই উজ্জীৱিত পৰিৱেশৰ উমান দিয়াৰ বাবে অধ্যক্ষ ওম বিৰলা জী আৰু সকলো সাংসদক অভিনন্দন জনাইছো।
https://hindustantimes.com/india-news/regional-languages-take-precedence-in-lok-sabha-addresses-101
@ombirlakota
***
MJPS/VJ
(ৰিলিজ আই ডি : 2254835)
অতিথি কক্ষ : 22
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam