প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মহিলা নেতৃত্বাধীন শাসনৰ দৃষ্টিভংগীৰ ওপৰত আলোকপাত কৰা প্ৰৱন্ধ শ্বেয়াৰ প্ৰধানমন্ত্ৰী

পোষ্ট কৰা হৈছে: 07 APR 2026 12:59PM by PIB Guwahati

কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী শ্ৰীমতী অন্নপূৰ্ণা দেৱীয়ে লিখা এটা প্ৰৱন্ধ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্বেয়াৰ কৰে। এই প্ৰৱন্ধটোৱে ভাৰতত মহিলা নেতৃত্বাধীন শাসনৰ বৃহত্তৰ ৰূপৰেখা দাঙি ধৰিছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছেঃ

"প্ৰতিনিধিত্ব প্ৰকৃত প্ৰভাৱলৈ ৰূপান্তৰিত হ’ব লাগিব। নাৰী শক্তি বন্দন অধিনিয়মেৰে ভেটি স্থাপন কৰাৰ জৰিয়তে চৰকাৰে সদায় প্ৰতিটো ৰূপত নাৰী শক্তিক অগ্ৰাধিকাৰ দিছে, আৰু ভাৰত বহলভিত্তিত মহিলা নেতৃত্বাধীন শাসনৰ দিশে আগবাঢ়িছে। এইটোও বিকশিত ভাৰতৰ এটা গুৰুত্বপূৰ্ণ স্তম্ভ!

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী @Annapurna4BJP ৰ প্ৰবন্ধটোৱে আহি থকা দিনবোৰৰ ৰূপৰেখা দাঙি ধৰিছে। এইটো পঢ়ক।"

 

***

MJPS/PRK/HS


(ৰিলিজ আই ডি : 2249749) অতিথি কক্ষ : 11