প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

সৌম্যনাৰায়ণ পেৰুমল মন্দিৰৰ পুৰোহিতক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 23 JAN 2026 11:41PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সৌম্যনাৰায়ণ পেৰুমল মন্দিৰৰ পুৰোহিতসকলক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ আশীৰ্বাদৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।

এক্সত এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

আজি আগভাগত সৌম্যনাৰায়ণ পেৰুমল মন্দিৰৰ পুৰোহিতসকলক সাক্ষাৎ কৰিলো। আশীৰ্বাদৰ বাবে মই তেওঁলোকক ধন্যবাদ জনাইছো।


**********


MJPS/ST/HS


(रिलीज़ आईडी: 2249325) आगंतुक पटल : 45
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Manipuri , Bengali , Bengali-TR , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam