গৃহ মন্ত্ৰালয়
এন চি বিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে কৰ্মচাৰীসকলক শুভেচ্ছা জ্ঞাপন কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ
আমাৰ যুৱক-যুৱতীসকলক ড্ৰাগছৰ পৰা ৰক্ষা কৰাৰ বাবে উৎসর্গীকৃত এটা প্ৰধান সংস্থা এন চি বিয়ে দক্ষতাৰে দায়িত্ব বহন কৰিছে
মোদী জীৰ ড্ৰাগছমুক্ত ভাৰতৰ দৃষ্টিভংগীক এন চি বিয়ে উল্লেখনীয় গতিত আগুৱাই লৈ গৈছে
তেওঁলোকৰ নিষ্ঠা আৰু দেশপ্ৰেমক অভিবাদন ৰাষ্ট্ৰৰ
পোষ্ট কৰা হৈছে:
17 MAR 2026 11:21AM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নাৰ্ক’টিকছ কণ্ট্ৰ’ল ব্যুৰ’ (এন চি বি)ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ইয়াৰ কৰ্মচাৰীসকলক শুভেচ্ছা জ্ঞাপন কৰিছে।
এক্সৰ এটা পোষ্টত কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়- ‘এন চি বিৰ প্ৰতিষ্ঠা দিৱসত ইয়াৰ কৰ্মচাৰীসকলক শুভেচ্ছা জনাইছো। আমাৰ যুৱক-যুৱতীসকলক ড্ৰাগছৰ পৰা সুৰক্ষিত কৰাৰ বাবে সমৰ্পিত এক প্ৰধান সংস্থা এন চি বিয়ে দক্ষতাৰে দায়িত্বৰ সৈতে মোদী জীৰ ড্ৰাগছ-মুক্ত ভাৰতৰ দৃষ্টিভংগীক উল্লেখযোগ্য গতিত আগুৱাই লৈ গৈছে। ৰাষ্ট্ৰই তেওঁলোকৰ নিষ্ঠা আৰু দেশপ্ৰেমক অভিবাদন জনাইছে।’
****
RK/PR/PS/HS
(ৰিলিজ আই ডি : 2241051)
অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali-TR
,
Bengali
,
Punjabi
,
Gujarati
,
Telugu
,
Kannada