গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ দাণ্ডি সত্যাগ্ৰহৰ সকলো মহান নেতালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

১৯৩০চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীয়ে আৰম্ভ কৰা দাণ্ডি সত্যাগ্ৰহে প্ৰতিটো বয়স আৰু শ্ৰেণীৰ মাজত স্বাধীনতাৰ আকাংক্ষা সুতীব্ৰ কৰি তুলিছিল

স্বদেশী অভিমুখী এই পদক্ষেপে সলনি কৰিছিল স্বাধীনতা আন্দোলনৰ দিশ

পোষ্ট কৰা হৈছে: 12 MAR 2026 2:40PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি দাণ্ডি সত্যাগ্ৰহৰ সকলো মহান নেতালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

এক্স-ৰ এটা পোষ্টত কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, ‘১৯৩০চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীয়ে সূচনা কৰা দাণ্ডি সত্যাগ্ৰহে প্ৰতিটো বয়স আৰু শ্ৰেণীৰ লোকৰ স্বাধীনতাৰ আকাংক্ষা সুতীব্ৰ কৰি তুলিছিল। স্বদেশী অভিমুখী এই পদক্ষেপে স্বাধীনতা আন্দোলনৰ দিশ সলনি কৰিছিল। মই দাণ্ডি সত্যাগ্ৰহৰ সকলো মহান আত্মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো ।’

****

RK/RR/PR/PS/DD


(ৰিলিজ আই ডি : 2238837) অতিথি কক্ষ : 3