প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এন্টিয়ক আৰু অল দ্য ইষ্টৰ পেট্ৰিয়াৰ্ক মহামহিম মৰান মৰ ইগনেচিয়াছ আফ্ৰেম দ্বিতীয়ৰে মিলিত প্ৰধানমন্ত্ৰী

পোষ্ট কৰা হৈছে: 27 FEB 2026 4:36PM by PIB Guwahati

প্ৰধানমন্ত্ৰীয়ে আজি প্ৰকাশ কৰে যে তেওঁ এন্টিয়ক আৰু অল দ্য ইষ্টৰ পেট্ৰিয়াৰ্ক তথা ইউনিভাৰ্চেল ছিৰিয়াক অৰ্থডক্স চাৰ্চৰ সৰ্বোচ্চ মুৰব্বী মহামহিম মৰান মৰ ইগনেচিয়াছ আফ্ৰেম দ্বিতীয়ৰ সৈতে মিলিত হৈ পুলকিত হৈছে।

এই বৈঠকত প্ৰধানমন্ত্ৰী আৰু মহামহিমে বিস্তৃত বিষয়ত আলোচনা কৰে। ​

প্ৰধানমন্ত্ৰীয়ে এক্স-ত কৈছে;

এন্টিয়ক আৰু অল দ্য ইষ্টৰ পেট্ৰিয়াৰ্ক তথা ইউনিভাৰ্চেল ছিৰিয়াক অৰ্থডক্স চাৰ্চৰ সৰ্বোচ্চ মুৰব্বী মহামহিম মৰান মৰ ইগনেচিয়াছ আফ্ৰেম দ্বিতীয়ৰ সৈতে মিলিত হৈ পুলকিত হৈছো।

আমি বিস্তৃত বিষয়ত আলোচনা কৰো।

***

MJPS/Dr. Pavan Khedkar/SB


(ৰিলিজ আই ডি : 2233811) অতিথি কক্ষ : 28