প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী মুকল ৰয়ৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

পোষ্ট কৰা হৈছে: 23 FEB 2026 10:21AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী মুকুল ৰয়ৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে কয় যে ৰাজনৈতিক অভিজ্ঞতা আৰু সমাজৰ প্ৰতি সেৱা আগবঢ়োৱাৰ প্ৰচেষ্টাৰ বাবে শ্ৰী মুকুল ৰায় চিৰস্মৰণীয়  হৈ ৰ’ব।

         এক্সত এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

         প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী মুকুল ৰয়ৰ মৃত্যুত মই দুখিত। ৰাজনৈতিক অভিজ্ঞতা আৰু সমাজসেৱাৰ প্ৰচেষ্টাৰ বাবে তেওঁ স্মৰণীয় হৈ ৰ’ব। তেওঁৰ পৰিয়াল আৰু সমৰ্থকসকললৈ সমবেদনা জ্ঞাপন কৰিছো।  ওঁম  শান্তি ।"

 

***

MJPS/ST/DD


(ৰিলিজ আই ডি : 2231665) অতিথি কক্ষ : 6