গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

গণৰাজ্য দিৱস- ২০২৬ উপলক্ষ্যে আৰক্ষী, অগ্নিনিৰ্বাপক, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা তথা সংশোধনী সেৱাৰ ৯৮২ গৰাকী কৰ্মীক বীৰত্ব/সেৱা পদক প্ৰদান

प्रविष्टि तिथि: 25 JAN 2026 8:44AM by PIB Guwahati

২০২৬ চনৰ গণৰাজ্য দিৱস উপলক্ষ্যে মুঠ ৯৮২ গৰাকী  আৰক্ষী, অগ্নিনিৰ্বাপক, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা আৰু সংশোধনী সেৱাৰ কৰ্মীক বীৰত্ব আৰু সেৱা পদক প্ৰদান কৰা হৈছে।

 

                                                                                                                                      বীৰত্বৰ পদক

 

পদকসমূহৰ নাম

 

প্ৰদান কৰা পদকৰ সংখ্যা

বীৰত্বৰ বাবে পদক (জিএম)

১২৫*

 

* আৰক্ষী সেৱা-১২১ আৰু অগ্নিনিৰ্বাপক সেৱা-০৪

জীৱন আৰু সম্পত্তি ৰক্ষা কৰাত বা অপৰাধ প্ৰতিৰোধ কৰাত বা অপৰাধীক গ্ৰেপ্তাৰ কৰাত ক্ৰমে ৰেয়াৰ কনস্পিকিউয়াছ এক্ট অৱ গেলেণ্ট্ৰি এণ্ড কনস্পিকিউয়াছ এক্ট অৱ গেলেণ্ট্ৰিৰ ভিত্তিত মেডেল ফৰ গেলেণ্ট্ৰি (জিএম) প্ৰদান কৰা হয়, সংশ্লিষ্ট বিষয়াই কৰ্তব্য পালনৰ ক্ষেত্ৰত  উদ্ভৱ হোৱা বিপজ্জনক পৰিস্থিতিৰ বিষয়ে এই ক্ষেত্ৰত লক্ষ্য কৰা হয়।

১২৫টা বীৰত্ব পদকৰ  ভিতৰত বাওঁপন্থী উগ্ৰবাদ ক্ষতিগ্ৰস্ত অঞ্চলৰ ৩৫ জনক, জম্মু-কাশ্মীৰ অঞ্চলৰ ৪৫ জনক, উত্তৰ-পূবৰ ৫ জনক আৰু অন্যান্য অঞ্চলৰ ৪০ জন জোৱানক তেওঁলোকৰ বীৰত্বপূৰ্ণ কাৰ্য্যৰ বাবে পদক প্ৰদান কৰা হৈছে।

মেডেল ফৰ গেলেণ্ট্ৰি (জি এম) :-  মেডেল ফৰ গেলেণ্ট্ৰি (জি এম)ৰ প্ৰদান কৰা ১২৫ জনৰ ভিতৰত ক্ৰমে ১২১ জন আৰক্ষী কৰ্মী আৰু ৪ জন অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মীক ব্যক্তিগতভাৱে মেডেল ফৰ গেলেণ্ট্ৰি পদক প্ৰদান কৰা হৈছে।

সেৱাৰ পদক

সেৱাৰ  বিশিষ্ট অভিলেখৰ বাবে ৰাষ্ট্ৰপতিৰ মেডেল ফৰ ডিষ্টিংচড চাৰ্ভিচ (পিএছএম) আৰু সম্পদ তথা কৰ্তব্যৰ প্ৰতি নিষ্ঠাৰে কৰা  বৈশিষ্ট্যপূৰ্ণ সেৱাৰ বাবে মেডেল ফৰ মেৰিটৰিয়াছ চাৰ্ভিচ (এমএছএম) প্ৰদান কৰা হয়।

প্ৰদান কৰা ১০১টা ৰাষ্ট্ৰপতিৰ মেডেল ফৰ ডিষ্টিংচড চাৰ্ভিচ (পিএছএম)ৰ ভিতৰত ৮৯টা আৰক্ষী সেৱা, ৫টা অগ্নিনিৰ্বাপক সেৱা, ৩টা অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী সেৱা

আৰু ৪টা কাৰেকচনেল চাৰ্ভিচক প্ৰদান কৰা হৈছে। ৭৫৬ টা মেডেল ফৰ মেৰিটৰিয়াছ চাৰ্ভিচৰ ভিতৰত ৬৬৪ টা মেডেল পুলিচ চাৰ্ভিচ, ৩৪ টা ফায়াৰ চাৰ্ভিচ, ৩৩ টা অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী সেৱা আৰু ২৫ টা কাৰেকচনেল চাৰ্ভিচৰ সৈতে জৰিত ব্যক্তিক প্ৰদান কৰা হৈছে।

                                                                                                                                            সেৱা-ভিত্তিক প্ৰদান কৰা  পদক

 

পদকৰ নাম

আৰক্ষী সেৱা

 

অগ্নিনিৰ্বাপক সেৱা

অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী সেৱা

সংশোধনী সেৱা

মুঠ

বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পদক (পিএছএম)

(প্ৰদান কৰা মুঠ পদক  : ১০১)

 

 

৮৯

০৫

০৩

০৪

১০১

মেৰিটৰিয়াছ চাৰ্ভিচৰ বাবে পদক (এমএছএম)

(প্ৰদান কৰা মুঠ পদক  : ৭৫৬)

 

 

 

৬৬৪

৩৪

৩৩

২৫

৭৫৬

 

বঁটাপ্ৰাপকসকলৰ তালিকাৰ সবিশেষ তলত সংলগ্ন কৰা হৈছে:

 

ক্ৰমিক  নং

বিষয়

 

বঁটাপ্ৰাপকৰ সংখ্যা

পৰিশিষ্ট

 

বীৰত্বৰ বাবে পদক (জিএম)

১২৫

তালিকা-I

 

বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পদক (পিএছএম)

১০১

তালিকা-II

মেৰিটৰিয়াছ চাৰ্ভিচৰ বাবে পদক (এমএছএম)

৭৫৬

তালিকা-III

 

ৰাজ্যিক ভিত্তিত/ বাহিনী ভিত্তিত পদক  বিজয়ীৰ তালিকা

তালিকা অনুসৰি

তালিকা -IV

 

Click here to view List-I

Click here to view List-II

Click here to view List-III

Click here to view List-IV

সবিশেষ www.mha.gov.in আৰু https://awards.gov.in ত উপলব্ধ।

*****

RK/RR/PR/PS/DM


(रिलीज़ आईडी: 2218446) आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , Kannada , English , Urdu , हिन्दी , Nepali , Gujarati , Odia , Tamil