প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰতৰ বস্ত্ৰ খণ্ডৰ বিকাশ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ এটা প্ৰবন্ধ শ্বেয়াৰ
পোষ্ট কৰা হৈছে:
20 JAN 2026 3:18PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী শ্ৰী গিৰিৰাজ সিঙৰ এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে।
এই প্ৰবন্ধটোত ভাৰতৰ বস্ত্ৰ খণ্ডৰ উত্তৰাধিকাৰী উদ্যোগৰ পৰা বিকাশৰ এক শক্তিশালী, নিয়োগ সৃষ্টিকাৰী আৰু জনসাধাৰণ-কেন্দ্ৰিক ইঞ্জিনলৈ উত্থানৰ ৰূপাঙ্কণ কৰা হৈছে, যি আত্মনিৰ্ভৰ ভাৰতৰ প্ৰকৃত মনোভাৱক মূর্ত কৰি তুলিছে। প্ৰবন্ধটোত উল্লেখ কৰা হৈছে যে-পি এম মিত্ৰ পাৰ্ক, পি এল আই আঁচনি আৰু নতুন মুক্ত বাণিজ্য চুক্তিৰ দৰে উদ্যামসমূহে নিয়োগৰ পৰৱৰ্তী ঢৌৰ সৃষ্টি কৰিছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্স-ত পোষ্ট কৰিছে;
"এই প্ৰবন্ধটোত, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @girirajsinghbjp-এ ভাৰতৰ বস্ত্ৰ খণ্ডৰ উত্তৰাধিকাৰী উদ্যোগৰ পৰা এক শক্তিশালী, নিয়োগ সৃষ্টি কৰা, বিকাশৰ জন-কেন্দ্ৰিক ইঞ্জিনলৈ উত্থানৰ কথা উল্লেখ কৰা হৈছে, যিয়ে আত্মনিৰ্ভৰ ভাৰতৰ প্ৰকৃত মনোভাৱক মূর্ত কৰি তুলিছে।
তেওঁ উল্লেখ কৰে যে পি এম মিত্ৰ পাৰ্ক, পি এল আই আঁচনি আৰু নতুন মুক্ত বাণিজ্য চুক্তিসমূহে নিয়োগৰ পৰৱৰ্তী ঢৌৰ সৃষ্টি কৰিছে
***
MJPS/SR/NB
(ৰিলিজ আই ডি : 2216433)
অতিথি কক্ষ : 38
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam