প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে অসংখ্য সুযোগ সৃষ্টি কৰা তথা সৰ্বাত্মক বাতাবৰণত উন্নতিৰ দিশে ধাৱিত হোৱাত ক্ৰিয়েটৰসকলক সহায় কৰা দেশৰ প্ৰাণৱন্ত ষ্টাৰ্টআপ পৰিবেশতন্ত্ৰত আলোকপাত কৰি প্ৰবন্ধ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
16 JAN 2026 12:34PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে অসংখ্য সুযোগ সৃষ্টি কৰা তথা সৰ্বাত্মক বাতাবৰণত উন্নতিৰ দিশে ধাৱিত হোৱাত ক্ৰিয়েটৰসকলক সহায় কৰা দেশৰ প্ৰাণৱন্ত ষ্টাৰ্টআপ পৰিবেশতন্ত্ৰত আলোকপাত কৰি প্ৰবন্ধ শ্বেয়াৰ কৰিছে।
এক্সত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলৰ এটা পোষ্টৰ উত্তৰত তেওঁ কয়ঃ
‘আজিৰ ভাৰতে আকাংক্ষা আৰু সৃষ্টিত বিশ্বাস কৰে, আধুনিক ভাৰতে এসময়ত যি বিচাৰিছিল আজি সেয়া সৃষ্টি কৰি আছে!
এই প্ৰবন্ধটোত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @PiyushGoyal-এ দেশৰ প্ৰাণৱন্ত ষ্টাৰ্টআপ পৰিবেশতন্ত্ৰৰ বিষয়ে লিখিছে। এই পৰিবেশতন্ত্ৰই ক্ৰিয়েটৰসকলক এক সৰ্বাত্মক বাতাবৰণত বিকশিত হোৱাত সহায় কৰাৰ লগতে বিকশিত ভাৰতৰ বাবে অসংখ্য সুযোগ সৃষ্টিৰ পোষকতা কৰিছে।
পঢ়ক!
#10YearsOfStartupIndia’
***
MJPS/SR/DD
(रिलीज़ आईडी: 2215284)
आगंतुक पटल : 5