প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

আইএনএছভিৰ কৌণ্ডিন্য ক্ৰুলৈ নৱবৰ্ষৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 31 DEC 2025 11:30PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী  নৰেন্দ্ৰ মোদীয়ে বৰ্তমান সাগৰত চলি থকা আইএনএছভি কৌণ্ডিন্যৰ এখন ছবি লাভ কৰি আনন্দ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে ২০২৬ বৰ্ষক আদৰিবলৈ দেশ খনে প্ৰস্তুতি চলোৱাৰ সময়ত ক্ৰুৰ উৎসাহক প্ৰশংসা কৰে আৰু আন্তৰিক শুভেচ্ছা জনায়। এক্সৰ এটা পোষ্টত তেওঁ উল্লেখ কৰিছে যে- 'আইএনএছভি কৌণ্ডিন্যৰ  দলৰ এই ছবিখন পাই আনন্দিত হৈছো!তেওঁলোকৰ উৎসাহ অতি হৃদয়স্পৰ্শী।  আমি সকলোৱে ২০২৬ চনৰ আৰম্ভণি কৰিবলৈ সাজু হৈছো, সেয়েহে  সাগৰত থকা আইএনএছভি কৌণ্ডিন্য  দললৈ মোৰ বিশেষ শুভেচ্ছা জনাইছো।তেওঁলোকৰ বাকী যাত্ৰাও আনন্দ আৰু সফলতাৰে ভৰা হওক।

@INSVKaundinya”

 

 

***

MJPS/SR/DM 


(रिलीज़ आईडी: 2210737) आगंतुक पटल : 4
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Telugu , Kannada , Malayalam