প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীক সাক্ষাৎ শ্ৰী আলোক মেহতাৰ

प्रविष्टि तिथि: 27 DEC 2025 10:37AM by PIB Guwahati

শ্ৰী আলোক মেহতাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ 'বৈপ্লৱিক শাসনঃ নৰেন্দ্ৰ মোদীৰ ২৫ বছৰ' শীৰ্ষক গ্ৰন্থখনৰ প্ৰথম কপি প্ৰদান কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্স পোষ্টত কয়ঃ

"শ্ৰী আলোক মেহতাক লগ পাই সুখী অনুভৱ কৰিছো আৰু তেওঁৰ কৰ্মৰ এটা কপি লাভ কৰিছো।"

@alokmehtaeditor

***

MJPS/VJ/DB


(रिलीज़ आईडी: 2209092) आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Bengali-TR , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam