প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভাৰতৰ ভৱিষ্যতৰ কেন্দ্ৰবিন্দু হিচাবে নাৰী শক্তি কেনেদৰে জড়িত হৈ আছে সেই সম্পৰ্কে প্ৰধানমন্ত্ৰীয়ে এটা লেখা শ্বেয়াৰ কৰিছে

পোষ্ট কৰা হৈছে: 01 DEC 2025 3:28PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী অন্নপূৰ্ণা দেৱীয়ে নাৰী শক্তি কিদৰে ভাৰতৰ ভৱিষ্যতৰ কেন্দ্ৰত অধিষ্ঠিত হৈছে সেই বিষয়ে লিখা  এটা লেখা শ্বেয়াৰ কৰে।

"ভাৰত অমৃত কালত প্ৰৱেশ কৰাৰ লগে লগে এই শব্দটো এতিয়া কেৱল এটা শ্লোগান নহয়; ই এটা ৰাষ্ট্ৰীয় অভিযান হৈ পৰিছে । ৱান ষ্টপ চেণ্টাৰৰ পৰা ফাষ্ট ট্ৰেক আদালতলৈকে, হেল্পলাইনৰ পৰা সামাজিক-নিৰাপত্তা হাবলৈকে, মিছন শক্তিৰ অধীনত চৰকাৰে মহিলাসকলৰ মৰ্যাদা আৰু সুযোগ নিশ্চিত কৰা হৈছে ", শ্ৰী মোদীয়ে কয়।

 

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী অন্নপূৰ্ণা দেৱীৰ  এটা পোষ্টৰ  প্ৰতিক্ৰিয়া হিচাবে  এক্সত  শ্ৰী মোদীয়ে কয়:

"নাৰী শক্তি ভাৰতৰ ভৱিষ্যতৰ কেন্দ্ৰবিন্দু। ভাৰতে অমৃত কালত প্ৰৱেশ কৰাৰ লগে লগে এই শব্দটো এতিয়া কেৱল শ্লোগান নহয়; ই এক ৰাষ্ট্ৰীয় অভিযান হৈ পৰিছে । ৱান ষ্টপ চেণ্টাৰৰ পৰা ফাষ্ট ট্ৰেক ক'ৰ্টলৈকে, হেল্পলাইনৰ পৰা  সামাজিক-নিৰাপত্তা  হাবলৈকে, মিছন শক্তিৰ অধীনত চৰকাৰে মহিলাসকলৰ মৰ্যাদা আৰু সুযোগ নিশ্চিত কৰা হৈছে ।"

 

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী অন্নপূৰ্ণা দেৱীৰ এয়া একঅতি বিচক্ষণ আত্মনিৰীক্ষণ। পঢ়ো আহক !"

 

***

MJPS/VJ/DM


(ৰিলিজ আই ডি : 2197382) অতিথি কক্ষ : 25