প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইজিপ্তৰ ৰাষ্ট্ৰপতিৰ সৈতে বাৰ্তালাপ কৰে
দুয়োগৰাকী নেতাই পশ্চিম এছিয়াৰ পৰিস্থিতি আৰু ইয়াৰ গভীৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰে
দুয়োজন নেতাই সন্ত্ৰাসবাদ, হিংসা আৰু সাধাৰণ নাগৰিকৰ প্ৰাণহানিৰ ঘটনাত উদ্বেগ প্ৰকাশ কৰে
প্ৰধানমন্ত্ৰীয়ে ইজৰাইল-পেলেষ্টাইন সন্দৰ্ভত ভাৰতৰ দীৰ্ঘদিনীয়া আৰু নীতিগত স্থিতিৰ কথা দোহাৰে
প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ উন্নয়ন অংশীদাৰিত্ব আৰু পেলেষ্টাইনৰ জনসাধাৰণলৈ মানৱীয় সাহায্যত আলোকপাত কৰে
দুয়োগৰাকী নেতাই শান্তি আৰু সুস্থিৰতাৰ অগ্ৰিম পুনৰুদ্ধাৰৰ প্ৰয়োজনীয়তাত সহমত পোষণ কৰে
পোষ্ট কৰা হৈছে:
28 OCT 2023 11:00PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইজিপ্তৰ ৰাষ্ট্ৰপতি মহামহিম আব্দেল ফাত্তাহ আল-চিচিৰ সৈতে বাৰ্তালাপ কৰে।
দুয়োগৰাকী নেতাই পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতি আৰু অঞ্চলটো তথা বিশ্বত ইয়াৰ গভীৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰে।
দুয়োজন নেতাই সন্ত্ৰাসবাদ, হিংসা আৰু সাধাৰণ নাগৰিকৰ প্ৰাণহানিৰ ঘটনাত উদ্বেগ প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰীয়ে ইজৰাইল-পেলেষ্টাইন সন্দৰ্ভত ভাৰতৰ দীৰ্ঘদিনীয়া আৰু নীতিগত স্থিতিৰ কথা দোহাৰে।
প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ উন্নয়ন অংশীদাৰিত্ব আৰু পেলেষ্টাইনৰ জনসাধাৰণলৈ মানৱীয় সাহায্যত আলোকপাত কৰে।
দুয়োগৰাকী নেতাই শান্তি আৰু সুস্থিৰতাৰ অগ্ৰিম পুনৰুদ্ধাৰৰ প্ৰয়োজনীয়তাত সহমত পোষণ কৰে।
***
DS/SB
(ৰিলিজ আই ডি : 2191992)
অতিথি কক্ষ : 15
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam